৬ ফেব্ৰুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮  

৬ ফেব্ৰুৱাৰী (ইংৰাজী: 6 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৭তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৮টা দিন (অধিবৰ্ষত ৩২৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

জন্ম[সম্পাদনা কৰক]

  • ১৯২২ - এম. কে. বিনোদিনী দেৱী, ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, নাট্যকাৰ তথা চিত্ৰনাট্যকাৰ।
  • ১৯৫৫ - সমীৰ তাঁতী, অসমীয়া কবি, কথাশিল্পী, চিত্ৰকৰ তথা সমাজকৰ্মী।

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]