১৬ জুলাই (ইংৰাজী: 16 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৭তম (অধিবৰ্ষত ১৯৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬৮টা দিন বাকী থাকে।
- ৬২২ - হজৰত মহম্মদৰ মক্কাৰ পৰা মদিনালৈ যাত্ৰা। এই চনৰেপৰা মুছলমানসকলৰ ‘হিজিৰি’ চন গণনা কৰে।
- ১৮৫৬ - হিন্দু বিধৱা বিবাহ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আইন প্ৰণয়ন কৰি বৈধ ঘোষণা কৰিছিল। [1]
- ১৮৮৩ - ডিব্ৰু-শদিয়া ৰেলৱেৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম ডিব্ৰুগড় আৰু মাকুমৰ মাজত ৰেল চলাচল আৰম্ভ হয়।
- ১৯৪৫ - নিউ মেক্সিক’ৰ এলম’গ’ৰ্ডত প্ৰথম পাৰমাণৱিক বোমাৰ বিস্ফোৰণ ঘটোৱা হৈছিল।
- ১৯৬৯ - চন্দ্ৰপৃষ্ঠত অৱতৰণৰ বাবে মানৱবাহী মহাকাশযান ‘‘এপল’—১১’’ আমেৰিকাৰ দ্বাৰা উৎক্ষেপন কৰা হৈছিল।
- ১৯৮৯ - তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে পাকিস্তান ভ্ৰমণ কৰিছিল।
- ২০০৪ - আছাম ৰাইফলছৰ গুলীত নিহত হোৱা মনোৰমা দেৱী নামৰ এগৰাকী মহিলাক মৃত্যুক কেন্দ্ৰ কৰি আছাম ৰাইফলছ মুখ্য কাৰ্যালয়ৰ সন্মুখত অভিনৱ ভাৱে নগ্ন মহিলাই বিক্ষোভ প্ৰদৰ্শন কৰে।
- ১৮৭২ - ৰোৱাল্ড আমুণ্ডছেন,[2] নৰৱেৰ এগৰাকী এণ্টাৰ্কটিকা অভিযানকাৰী।
- ১৮৮৮ - ফ্লিটজ জাৰাইনাক, পদাৰ্থ বিজ্ঞানী। তেওঁ পদাৰ্থ বিজ্ঞানৰ বাবে নোবেল লাভ কৰিছিল।
- ১৯০৯ - অৰুণা আছফ আলী, দিল্লী কংগ্ৰেছ কমিটীৰ সভানেত্ৰী। তেখেতৰ কাল্কা নামৰ এখন গাঁৱত জন্ম হৈছিল। [3] [4]
- ১৯৩০ - অসমীয়া সাহিত্যৰ ইতিহাসত সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে পৰিচিত সাহিত্যিক সুৰেন্দ্ৰ নাথ মেধিৰ জন্ম হয়।
- ১৯৩৩ - কনকসেন ডেকা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যিক, সাংবাদিক। তেখেতে নলবাৰীৰ বেলশৰত জন্ম গ্ৰহণ কৰিছিল।
- ১৯৮৫ - ৰণৱীৰ সিং, অভিনেতা।
- ১৫৫৭ - এন অৱ ক্লিভছ ইংলেণ্ডৰ ৰাণী। (জন্ম: ২২ ছেপ্টেম্বৰ, ১৫১৫) [5]
- ১৮৮২ - মেৰী ট'ড লিংকন, আব্ৰাহম লিংকনৰ পত্নী। [6]
- ২০০৮ - চাৰু বৰুৱা, ভাস্কৰ্য শিল্পী।
- ২০১৪ - পুলিন দাস, অসমৰ এজন বিখ্যাত ক্ৰীড়া সংগঠক, ক্ৰীড়াবিদ।
- গিনিপিগ কৃতজ্ঞতা দিৱস।
- বিশ্ব সৰ্প দিৱস
- ↑ https://www.mapsofindia.com/on-this-day/july-16-1856-remarriage-of-hindu-widows-is-legalized
- ↑ https://en.wikipedia.org/wiki/Roald_Amundsen
- ↑ https://www.mapsofindia.com/on-this-day/july-16-1856-remarriage-of-hindu-widows-is-legalized
- ↑ https://en.wikipedia.org/wiki/Aruna_Asaf_Ali#:~:text=3%20Legacy-,Early%20life,into%20a%20Bengali%20Brahmo%20family.&text=Her%20mother%20Ambalika%20Devi%20was,who%20wrote%20many%20Brahmo%20hymns.
- ↑ https://en.wikipedia.org/wiki/Anne_of_Cleves
- ↑ https://en.wikipedia.org/wiki/Mary_Todd_Lincoln