২৯ ডিচেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

২৯ ডিচেম্বৰ (ইংৰাজী: 29 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৬৩ তম (অধিবৰ্ষত ৩৬৪ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মাথোঁ দুটাদিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী[সম্পাদনা কৰক]

  1. ১৯৭২ চনৰ আজিৰ দিনটোতে কলকাতাত মাটিৰ তলেৰে যোৱা ৰে’লপথ নিৰ্মাণ কৰা হয়।[1]

জন্ম[সম্পাদনা কৰক]

  1. ১৯২৬ চনৰ আজিৰ দিনটোত কবি-সাহিত্যিক নৱকান্ত বৰুৱাৰ জন্ম হৈছিল।[1]
  2. লেখক, সাংবাদিক ৰুবুল দাসৰ জন্ম

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

  1. আজি কবিতাৰ দিন।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]