২৮ ডিচেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

২৮ ডিচেম্বৰ (ইংৰাজী28 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৬২ তম (অধিবৰ্ষত ৩৬৩ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মাথোঁ তিনিদিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী[সম্পাদনা কৰক]

  1. ১৮৮৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হয়৷ [1]
  2. ১৮৯৫ চনৰ আজিৰ দিনটোত লুমিয়েৰ ভাতৃদ্বয়ে চিনেমাটোগ্ৰাফ আৱিষ্কাৰ কৰে৷[1]


জন্ম[সম্পাদনা কৰক]

  1. ১৯৩২ চনৰ আজিৰ দিনটোতে শিল্পপতি ধীৰুভাই আম্বানিৰ জন্ম হৈছিল৷[1]

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]