২৮ ডিচেম্বৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
২৮ ডিচেম্বৰ (ইংৰাজী: 28 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৬২ তম (অধিবৰ্ষত ৩৬৩ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মাথোঁ তিনিদিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
- ১৮৮৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হয়। [1]
- ১৮৯৫ চনৰ আজিৰ দিনটোত লুমিয়েৰ ভাতৃদ্বয়ে চিনেমাটোগ্ৰাফ আৱিষ্কাৰ কৰে।[1]
জন্ম[সম্পাদনা কৰক]
- ১৯৩২ চনৰ আজিৰ দিনটোতে শিল্পপতি ধীৰুভাই আম্বানিৰ জন্ম হৈছিল।[1]
মৃত্যু[সম্পাদনা কৰক]
দিৱস[সম্পাদনা কৰক]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২৮ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|