১১ জুন (ইংৰাজী : 11 June ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ১৬২তম (অধিবৰ্ষ ত ১৬৩তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৩টা দিন বাকী থাকে। বুৰঞ্জী ৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
১৭৬০ - মহীশূৰৰ নবাৱ হাইদৰ আলীৰ সৈতে ব্ৰিটিছৰ যুদ্ধ।
১৯৭৭ - মহম্মদ ৰফি য়ে গ্ৰীনিজ বুক অৱ ৱাৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষলৈ সকলোতকৈ বেছি সংখ্যক গান ৰেকৰ্ড কৰাৰ অভিলেখৰ দাবী পত্ৰ প্ৰেৰণ কৰিছিল।
১৯৮৭ - অসম গণিত শিক্ষায়তন নামৰ অনুষ্ঠানটিয়ে পোন প্ৰথমবাৰৰ বাবে গণিত অলিম্পিয়াদ অনুষ্ঠিত কৰিছিল।
১৯৯৬ - দেবেশ চন্দ্ৰ চক্ৰৱৰ্তীদেৱে অসম বিধানসভাৰ অধ্যক্ষৰ কাৰ্যকাল ত্যাগ কৰিছিল।
২০১০ - দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপ ফুটবল আৰম্ভ হয়।
১৯৩৭ - কনক ৰেলে , ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, ক'ৰিয়'গ্ৰাফাৰ আৰু শিক্ষাবিদ।
১৯৪৭ - বিহাৰৰ ৰাজনীতিবিদ লালু প্ৰসাদ যাদৱ।
১৯৫০ - অমূল্য কাকতি , অসমীয়া নাট্যকাৰ, চিত্ৰনাট্য লেখক, অভিনেতা আৰু প্ৰযোজক।
১৯৭১ - মিনাক্ষী শ্ৰীনিবাসন , ভাৰতীয় নৃত্যশিল্পী, কৰিঅ'গ্ৰাফাৰ।
১৯৭৮ - ডাৰিল টাফি, নিউজিলেণ্ডৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
খ্ৰীষ্টপূৰ্ব ৩২৩ - মহামতি আলেকজেণ্ডাৰ । (১০জুন বা ১১ জুন)
১৯৮৩ - ঘনশ্যাম দাস বিৰলা, বিশিষ্ট শিল্পপতি। লণ্ডনত মৃত্যু হয়। তেওঁ জি ডি বিৰলাৰ নামে পৰিচিত।
২০০০ - অজিত কুমাৰ শৰ্মা, শিক্ষাবিদ তথা ৰাজনীতিবিদ।
২০০১ - টিম'থি মেকভেই, আমেৰিকান সন্ত্ৰাসবাদী। (জ. ১৯৬৮)
২০১৩ - নগেন বৰা , অসমৰ এগৰাকী সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, ব্যংগ লেখক আৰু সাংবাদিক।
হণ্ডোৰাছৰ শিক্ষাৰ্থী দিৱস।
ব্ৰাজিলৰ নৌ সেনা দিৱস।