৪ ফেব্ৰুৱাৰী (ইংৰাজী: 3 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৫ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩০টা দিন (অধিবৰ্ষত ৩৩১টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৱলী -
(১) ১৬৬২ চনৰ আজিৰ দিনটোতে মীৰজুমলাই গুৱাহাটী দখল কৰি লয়।