৩০ জুন
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | |||
২০২১ |
৩০ জুন (ইংৰাজী: 30 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮১তম (অধিবৰ্ষত ১৮২তম) দিন। বছৰ শেষ হ'বলৈ ১৮৪ দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্ম[সম্পাদনা কৰক]
১৯২২ চনৰ আজিৰ দিনটোত কবি অমূল্য বৰুৱাৰ জন্ম হৈছিল।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৯৯ চনৰ আজিৰ দিনটোত কাৰ্গিল যুদ্ধত কেপ্টেইন জিণ্টু গগৈ শ্বহীদ হৈছিল।