২১ মে'
Jump to navigation
Jump to search
[[]] | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ৩১ | |||||
২০২১ |
২১ মে' (ইংৰাজী: 21 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪১তম (অধিবৰ্ষত ১৪২তম) দিন। বছৰ শেষ হ'বলৈ ২২৪ দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্ম[সম্পাদনা কৰক]
- ১৯৫০ চনৰ আজিৰ দিনটোত, প্ৰথমগৰাকী অসমীয়া স্নাতক তথা আই. চি. এছ. বিষয়া আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৯১ চনৰ আজিৰ দিনটোত ভাৰতৰ ষষ্ঠ গৰাকী প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক আততায়ীয়ে হত্যা কৰিছিল।