২১ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

২১ জুন (ইংৰাজী: 21 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭২তম (অধিবৰ্ষত ১৭৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৩টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৪৮ - ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী কৰ্ণধাৰ সদস্য চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীদেৱে স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল।
  • ১৯৪৮ - পিটাৰ গল্ডমাৰ্কৰ দ্বাৰা সৰ্বপ্ৰথম লং প্লেয়িং ৰেকৰ্ড প্ৰস্তুত কৰা হৈছিল।
  • ১৯৭৭ - জ্যোতিবসু পশ্চিমবংগৰ মুখ্য মন্ত্ৰী হয়। চনৰ পৰা একেৰাহে ২১ বছৰ কাল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি বিশ্ব অভিলেখ গঢ়িছিল।
  • ১৯৯১ - মনমোহন সিঙক বিত্তমন্ত্ৰী হিচাবে কেবিনেটত নবনিৰ্বাচিত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে মকৰল কৰে।
  • ২০০৬ - প্লুট'ৰ ন-আৱিষ্কৃত চেটেলাইটকেইটাক নিক্স আৰু হাইড্ৰা নাম দিয়া হয়।
  • ২০১৪ - উত্তৰ গোলাৰ্ধৰ সকলোতকৈ দীঘল দিন। অসমৰ আকাশত সূৰ্য আছিল মুঠ ১৩ ঘণ্টা ৩৫ মিনিট।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]