২১ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

২১ জুন গ্ৰেগৰিয়ান পঞ্জিকাৰ ১৭২ নং দিন। বছৰ শেষ হ'বলৈ ১৯৩ দিন থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  1. ফৰাচী বিপ্লৱৰ বাবে ৰজা লুই ১৬ আৰু তেওঁৰ পৰিয়াল ভেৰেনেছলৈ উৰা মাৰিলে।
  2. ১৭৯৮ চনৰ আইৰিছ বিপ্লৱ
  3. ১৮২৪ চনৰ গ্ৰীক স্বাধীনতাৰ যুঁজ: ইজিপ্সিয়ানসকলে চাৰা দখল কৰে।
  4. ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী কৰ্ণধাৰ সদস্য চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীদেৱে স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল ১৯৪৮ বৰ্ষৰ আজিৰ দিনটোতে ৷
  5. ১৮৬৪ চনৰ আমেৰিকান গণ যুদ্ধ, জাৰুজালেম ৰ'ডৰ ঘটনা
  6. মনমোহন সিঙক বিত্তমন্ত্ৰী হিচাবে কেবিনেটত নবনিৰ্বাচিত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে মকৰল কৰে ১৯৯১ বৰ্ষৰ আজিৰ দিনটোতে ৷
  7. আমেৰিকাৰ কম্পিউটাৰ বিশেষজ্ঞ, আমেৰিকাৰ চোৰাংচোৱা সংস্থা চি.আই.এ. আৰু এন.এচ.এ.ৰ প্ৰাক্তন কৰ্মী এডৱাৰ্ড জোচেফ স্ন'ডেনৰ জন্ম হৈছিল ১৯৮১ বৰ্ষৰ ২১ জুন তাৰিখে ।
  8. আজিৰ দিনটোতে সৰ্বপ্ৰথম কম্পিউটাৰ প্ৰগেম প্ৰস্তুত কৰা হৈছিল (১৯৪৮ বৰ্ষ) ৷
  9. পিটাৰ গল্ডমাৰ্কৰ দ্বাৰা সৰ্বপ্ৰথম লং প্লেয়িং ৰেকৰ্ড প্ৰস্তুত কৰা হৈছিল ১৯৪৮ বৰ্ষৰ আজিৰ দিনটোতে ৷
  10. ২০০৬ চনত প্লুট'ৰ ন-আৱিষ্কৃত চেটেলাইটকেইটাক নিক্স আৰু হাইড্ৰা নাম দিয়া হ'ল
  11. এই দিন ২০১৪ বৰ্ষটোৰ উত্তৰ গোলাৰ্ধৰ সকলোতকৈ দীঘল দিন ৷ অসমৰ আকাশত সূৰ্য আছিল মুঠ ১৩ ঘণ্টা ৩৫ মিনিট ।

উৎসৱ, পৰ্ব আদি[সম্পাদনা কৰক]

  1. খ্ৰিষ্টান ফিষ্ট দে'
  2. ইজিপ্ত, লেবানন, জৰ্ডান, ছিৰিয়া, য়ুগাণ্ডা, য়ুনাইটেড আৰব এমিৰেটছত পিতৃ দিবস
  3. গ্ৰীনলেণ্ডৰ নেচনেল দে'
  4. বিশ্ব মানৱীয় দিবস (ৱৰ্ল্ড হিউমেনিষ্ট দে')
  5. গ' স্কেটব'ৰ্ডিং দে'
  6. ৱৰ্ল্ড হাইদ্ৰ'গ্ৰাফি দে'