২৮ ছেপ্টেম্বৰ
Jump to navigation
Jump to search
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | |||||
২০১৯ |
২৮ ছেপ্টেম্বৰ (ইংৰাজী: 28 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭১তম (অধিবৰ্ষত ২৭২তম) দিন। বছৰ শেষ হ'বলৈ ৯৪ দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৯২৮ চনৰ আজিৰ দিনটোতে বিজ্ঞানী আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰে।
- ১৮৩৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ধৰ্মগুৰু ছাইবাবাৰ জন্ম হয়।
- ১৯৮২ চনৰ আজিৰ দিনটোতে অভিনৱ সিং বিন্দ্ৰাৰ জন্ম হয়।
- ১৯২৯ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে নাইটিংগেল লতা মংগেশকাৰৰ জন্ম হয়।
- ২০০৪ চনৰ আজিৰ দিনটোতে ইংৰাজী ভাষাৰ প্ৰখ্যাত ভাৰতীয় সাহিত্যিক মুলকৰাজ আনন্দৰ মৃত্য হয়।
- ১৮৩৮ চনৰ আজিৰ দিনটোতে ৬২ বছৰ বয়সত বাহাদুৰ শ্বাহে মোগল সিংহাসন আৰোহণ কৰে। উল্লেখ্য যে শেষৰজন মোগল সম্ৰাট বাহাদুৰ শ্বাহে চিপাহী বিদ্ৰোহত অভিযুক্ত হৈ মৃত্যুবৰণ কৰিবলগীয়া হয়।
- ১১০৬ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ নৰ্মাণ্ডি অধিকাৰ হয়। ইংলেণ্ড আৰু নৰ্মাণ্ডিৰ পুনৰ একত্ৰীকৰণ হয়।
- প্ৰখ্যাত ফৰাচী ঔপন্যাসিক প্ৰছপাৰ মেৰিমৰ জন্ম হয় ১৮০৩ আজিৰ দিনটোতে। কলম্বো আৰু কাৰমেন তেওঁৰ দুখন অনবদ্য উপন্যাস।
- ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰৰ মৃত্যু হয় ১৮৯৫ চনৰ আজিৰ দিনটোতে।
- প্ৰথম বিশ্বযুদ্ধত ছাৰ্বিয়ানৰ হাতত বুলগেৰিয়াৰ সীমান্তত পৰাজয়ৰ পাছত বুলগেৰিয়াই ১৯১৮ বৰ্ষৰ আজিৰ তাৰিখতে আত্মসমৰ্পন কৰে।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২৮ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|