১৩ আগষ্ট
Jump to navigation
Jump to search
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২১ |
১৩ আগষ্ট (ইংৰাজী: 13 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৫তম (অধিবৰ্ষত ২২৬তম) দিন। বছৰ শেষ হ'বলৈ ১৪০ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্ম[সম্পাদনা কৰক]
- ১৮৭২ চনৰ এই দিনটোতে প্ৰখ্যাত জাৰ্মান বিজ্ঞানী ৰিকাৰ্ড মাৰ্টিন ৱিলষ্টাটটাৰৰ জন্ম হয়। তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল লাভ কৰিছিল ১৯১৫ চনত।
- ১৮৮৮ চনৰ এই দিনটোতে টেলিভিছনৰ আৱিষ্কাৰক জন লোগী বেয়াৰ্ডৰ জন্ম হয়।
- ১৯১২ চনৰ এই দিনটোতে নোবেল বঁটা বিজয়ী আমেৰিকান চিকিৎসক ছালডোভাৰ এডৱাৰ্ড লুৰিয়াৰ জন্ম হয়।
- ১৯১৮ চনৰ এই দিনটোতে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা (১৯৫৮ বৰ্ষৰ) বিজয়ী ব্ৰিটিছ ৰসায়নবিদ ফ্ৰেডৰিক ছেংগাৰৰ জন্ম হয়।
- ১৯২৭ চনৰ এই দিনটোতে কিউবাৰ বিপ্লৱী নেতা জননায়ক ফিডেল কাষ্ট্ৰোৰ জন্ম হয়।
মৃত্যু[সম্পাদনা কৰক]
- ১৮৯১ চনৰ এই দিনটোতে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অপৰাধত মণিপুৰৰ সেনাপতি টিকেন্দ্ৰজিৎসহ আন দুজনক ইংৰাজে ফাঁচী দিয়ে।
- ১৯১০ চনৰ এই দিনটোতে ইংৰাজ শুশ্ৰূষাকাৰী ফ্লোৰেন্স নাইটিংগেলৰ মৃত্যু হয়।
- ২০০০ চনৰ এই দিনটোতে প্ৰখ্যাত গায়িকা নাজিয়া তাছানৰ মৃত্যু হয়।
- ২০০৩ বৰ্ষৰ এই দিনটোতে যশস্বী ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ মৃত্যু হৈছিল।
অনান্য[সম্পাদনা কৰক]
- ১৯৫৬ চনৰ এই দিনটোতে লোকসভাত ৰাষ্ট্ৰীয় ঘাইপথ বিধেয়ক গৃহীত হয়।
- ২০০৪ চনৰ এই দিনটোতে গ্ৰীচৰ এথেন্সত ২৮ তম অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয়।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৩ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|