১৬ ফেব্ৰুৱাৰী
অৱয়ব
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ||
২০২৪ |
১৬ ফেব্ৰুৱাৰী (ইংৰাজী: 16 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৭ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৮টা দিন (অধিবৰ্ষত ৩১৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
জন্ম
[সম্পাদনা কৰক]- ১৯২৫ - প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য, অসমীয়া গৱেষক, ভাষাবিদ, কবি, অভিধানপ্ৰণেতা।
- ১৯৩২ - অৰ্চনা শৰ্মা, ভাৰতীয় উদ্ভিদ বিজ্ঞানী।
- ১৯৪২ - প্ৰবীণ চন্দ্ৰ দাস, অসমীয়া লোক-সংস্কৃতিবিদ, গৱেষক, অধ্যাপক, লেখক, সম্পাদক।
- ১৯৪৮ - বন্দিতা ফুকন, অসমীয়া ঔপন্যাসিক, গল্পকাৰ, অনুবাদক, শিশু-সাহিত্যিক।
- ১৯৬১ - মৃদুস্মিতা ফুকন, অসমীয়া প্ৰবন্ধকাৰ, গল্পকাৰ, অনুবাদক, শিশু সাহিত্যিক।
- ১৯৭৯ - ভেলেণ্টিন’ ৰ’ছি, ইটালীৰ পেছাদাৰী মটৰচাইকেল দৌৰৰ (ৰেচিং) প্ৰতিযোগী।
- ১৯৮৯ - এলিজাবেথ অলচেন, আমেৰিকান অভিনেত্ৰী।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৪৪ - দাদাচাহেব ফাল্কে, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ জনক হিচাপে গণ্য কৰা হয়।
- ১৯৮৩ - কল্যাণী দাস, ভাৰতীয় বিপ্লৱী।
- ২০২২ - বাপ্পী লাহিড়ী, ভাৰতীয় গায়ক, সুৰকাৰ, ৰাজনীতিবিদ আৰু ৰেকৰ্ড প্ৰযোজক।
দিৱস
[সম্পাদনা কৰক]- উজ্জ্বল তৰাৰ দিৱস (উত্তৰ কোৰিয়া)।
- উদ্ভাৱন দিৱস (যুক্তৰাষ্ট্ৰ)।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
|