দাদাচাহেব ফাল্কে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দাদাচাহেব ফাল্কে
Dadasaheb Phalke
জন্ম ধুণ্ডীৰাজ গোবিন্দ ফাল্কে
৩০ এপ্ৰিল ১৮৭০
ত্ৰ্যম্বকেশ্বৰ, বম্বে প্ৰচিডেন্সি, ব্ৰিটিছ ভাৰত
মৃত্যু ১৬ ফেব্ৰুৱাৰী, ১৯৪৪ (৭৩ বছৰ)
নাচিক, বম্বে প্ৰচিডেন্সি , ব্ৰিটিছ ভাৰত
শিক্ষানুষ্ঠান ছাৰ জে.জে. স্কুল অফ আৰ্ট
পেচা চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ১৯১৩-১৯৩৭

ধুণ্ডীৰাজ গোবিন্দ ফাল্কে (মাৰাঠী: धुंडीराज गोविंद फाळके), যি দাদাচাহেব ফাল্কে(মাৰাঠী: दादासाहेब फाळके;এই শব্দটোৰ বিষয়ে উচ্চাৰণ ) নামে অধিক পৰিচিত, (৩০ এপ্ৰিল, ১৮৭০ - ১৬ ফেব্ৰুৱাৰী, ১৯৪৪) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ জনক হিচাপে গণ্য কৰা হয়।[1][2][3] তেওঁ ১৯১৩ চনত নিৰ্মাণ কৰা ৰাজা হৰিশচন্দ্ৰ আছিল ভাৰতৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ নিৰ্বাক চলচ্চিত্ৰ। ইয়াৰ পিছত তেওঁ প্ৰায় ২৬ বছৰ ধৰি ৯৫খন পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ আৰু ২৬খন স্বল্প দৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

ধুণ্ডীৰাজ গোবিন্দ ফাল্কে ১৮৭০ চনৰ ৩০ এপ্ৰিলত ব্ৰিটিছ ভাৰতৰ বম্বে প্ৰচিডেন্সিৰ অন্তৰ্ভুক্ত ত্ৰ্যম্বকেশ্বৰ নামৰ ঠাইত এটি মাৰাঠী শিক্ষিত ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।[4]

উল্লেখযোগ্য চলচ্চিত্ৰসমূহ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বহিঃসংযোগ[সম্পাদনা কৰক]