২০ মে'
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২২ |
২০ মে' (ইংৰাজী: 20 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪০তম (অধিবৰ্ষত ১৪১তম) দিন। বছৰ শেষ হ'বলৈ ২২৫ দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
- ১২৯৩ - জাপানৰ কামাকুৰা ভূমিকম্পত ৩০,০০০ লোকৰ মৃত্য়ু হয়।
- ১৪৯৮ - ভাস্কো দা গামা পৃথিৱী বিখ্যাত পৰ্তুগীজভ্ৰমণকাৰী। তেওঁ সম্পূৰ্ণ সাগৰীয় পথেৰে প্ৰথমগৰাকী ইউৰোপীয় ব্যক্তি হিচাপে ভাৰতত উপস্থিত হয়।
জন্ম[সম্পাদনা কৰক]
- ১৯৮১ - ইকাৰ কাচিলাচ্, স্পেনিচ্ ফুটবলাৰ (গ'লকীপাৰ), ২০১০ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য়।
মৃত্যু[সম্পাদনা কৰক]
- ১৫০৬ - ক্ৰিষ্টোফাৰ কলম্বাছ, এজন দুঃসাহসী অভিযাত্ৰী আৰু ঔপনিৱেশকাৰী। তেখেতক নতুন পৃথিৱীৰ জনক হিচাপে জনা যায়।
দিৱস[সম্পাদনা কৰক]
- বিশ্ব মৌ দিৱস।
- বিশ্ব মেট্ৰ'লজি (জোখ-মাখ বিজ্ঞান) দিৱস।
ছুটি আৰু অন্যান্য[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২০ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|