২৭ ফেব্ৰুৱাৰী
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ||||||
২০২১ |
২৭ ফেব্ৰুৱাৰী (ইংৰাজী: 27 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৮ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৬টা দিন (অধিবৰ্ষত ৩০৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
- ১৯৯১ খৃ: - ইৰাকৰ দমনৰ পৰা কুৱেইট মুক্ত কৰাৰ কথা আনুষ্ঠানিক ঘোষণা কৰে তদানীন্তন আমেৰিকান ৰাষ্ট্ৰপতি এইচ. ডাবল্যূ. বুশ্বে।
- ২০০২ খৃ: - গুজৰাটৰ গোধ্ৰা নামৰ ঠাইত দুৰ্বৃত্যৰ দ্বাৰা হিন্দু স্বয়মসেৱক কঢ়িযাই নিয়া এখন ৰে'লগাড়ী জ্বলাই দিয়া হ্য় য'ত কমেও ৬০ জন লোকৰ প্ৰাণহানি হয়।
জন্ম[সম্পাদনা কৰক]
দিৱস[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২৭ ফেব্ৰুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|