৩ এপ্ৰিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০

৩ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৩তম (অধিবৰ্ষত ৯৪তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭২ দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]

  • ১০৪৩ - ইংলেণ্ডৰ ৰজা হিচাপে এডৱাৰ্ড দ্য কনফেছৰ অভিষেক।
  • ২০১০ - এপল আই এন চিৰ দ্বাৰা প্ৰথম প্ৰজন্মৰ আইপেড, এক প্ৰকাৰৰ টেবলেট কম্পিউটাৰ মুকলি।
  • ২০১২ - মাইক্ৰ’মেক্স ফানবুক, মাইক্ৰ’মেক্সৰ প্ৰথম টেবলেটৰ মুকলি।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৬৮০ - শিৱাজী, ভাৰতীয় সম্ৰাট, মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা।
  • ২০১২ - গোৱিন্দ নৰেইন, ভাৰতীয় ৰাজনীতিক, কৰ্ণাটকৰ অষ্টম ৰাজ্যপাল।
  • ২০১৫ - অজিৎ বৰুৱা, অসমৰ এগৰাকী কবি-সাহিত্যিক, অনুবাদক আৰু প্ৰশাসনিক বিষয়া।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]