৩ এপ্ৰিল
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
২০২২ |
৩ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৩তম (অধিবৰ্ষত ৯৪তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭২ দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]
- ১০৪৩ - ইংলেণ্ডৰ ৰজা হিচাপে এডৱাৰ্ড দ্য কনফেছৰ অভিষেক।
- ২০১০ - এপল আই এন চিৰ দ্বাৰা প্ৰথম প্ৰজন্মৰ আইপেড, এক প্ৰকাৰৰ টেবলেট কম্পিউটাৰ মুকলি।
- ২০১২ - মাইক্ৰ’মেক্স ফানবুক, মাইক্ৰ’মেক্সৰ প্ৰথম টেবলেটৰ মুকলি।
জন্ম[সম্পাদনা কৰক]
- ১৭৮১ - স্বামীনাৰায়ণ, ভাৰতৰ ধৰ্মীয় নেতা।
- ১৯৫৫ - হৰিহৰণ, ভাৰতীয় গায়ক।
- ১৯৬২- জয়া প্ৰদা, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু ৰাজনীতিজ্ঞ।
- ১৯৭৩ - প্ৰভু দেবা, ভাৰতীয় অভিনেতা।
- ১৯৮২ - জেক'বা ফ্ৰান্সিস্কা মাৰিয়া স্মল্ডাৰ্ছ, কানাডিয়ান অভিনেত্ৰী আৰু মডেল।
মৃত্যু[সম্পাদনা কৰক]
- ১৬৮০ - শিৱাজী, ভাৰতীয় সম্ৰাট, মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা।
- ২০১২ - গোৱিন্দ নৰেইন, ভাৰতীয় ৰাজনীতিক, কৰ্ণাটকৰ অষ্টম ৰাজ্যপাল।
- ২০১৫ - অজিৎ বৰুৱা, অসমৰ এগৰাকী কবি-সাহিত্যিক, অনুবাদক আৰু প্ৰশাসনিক বিষয়া।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৩ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|