১১ ফেব্ৰুৱাৰী
অৱয়ব
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ||
২০২৪ |
১১ ফেব্ৰুৱাৰী (ইংৰাজী: 11 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪২ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৩টা দিন (অধিবৰ্ষত ৩২৪টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৱলী
[সম্পাদনা কৰক]- ২০১৬ - লিগ' আৰু ভাৰগ'ৰ বৈজ্ঞানিক সহযোগিতাত প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষভাৱে মহাকৰ্ষণিক তৰংগ পৰ্যবেক্ষণ কৰা বুলি ঘোষণা কৰা হৈছিল।
জন্ম
[সম্পাদনা কৰক]- ১৮৪৭ - টমাছ আলভা এডিচন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদ্ভাৱক আৰু ব্যৱসায়ী।
- ১৮৯৮ - লিঅ' জিলাৰ্ড, হাঙ্গেৰীয় পদাৰ্থ বিজ্ঞানী।
- ১৯২৩ - ললিত চন্দ্ৰ নাথ, অসমীয়া শুকনানী ওজাপালি আৰু দেওধনী নৃত্যৰ গুৰু।
- ১৯২৮ - প্ৰসন্ন কুমাৰ ডেকা, অসমীয়া সাহিত্যিক আৰু অধ্যাপক।
- ১৯৩৯ - নগেন শইকীয়া, অসমীয়া গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ, সমালোচক, সম্পাদক আৰু অধ্যাপক।
- ১৯৪০ - হাৰ্বাৰ্ট গিণ্টিছ, আমেৰিকান অৰ্থনীতিবিদ, ব্যৱহাৰ বিজ্ঞানী আৰু শিক্ষক।
- ১৯৪৪ - বুদ্ধদেৱ দাসগুপ্ত, বঙালী কবি, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ-নিৰ্মাতা।
- ১৯৬৭ - মালিনী অৱস্তী, ভাৰতীয় লোক গায়িকা।
মৃত্যু
[সম্পাদনা কৰক]- ১৬৬০ - ৰেনে ডিকাৰ্ট, ফৰাচী দাৰ্শনিক, গণিতজ্ঞ আৰু বিজ্ঞানী।
- ১৯৪৮ - ছেৰ্গেই আইজেনষ্টাইন, ৰুছ দেশীয় চলচ্চিত্ৰ পৰিচালক আৰু চলচ্চিত্ৰ তাত্বিক।
- ১৯৬৩ - ছিলভিয়া প্লাথ, আমেৰিকান কবি, ঔপন্যাসিক আৰু চুটি গল্প লেখক।
- ১৯৬৮ - দীনদয়াল উপাধ্যায়, ভাৰতীয় ৰাজনীতিক।
- ১৯৭৭ - ফখৰুদ্দিন আলি আহমেদ, ভাৰতৰ পঞ্চম গৰাকী ৰাষ্ট্ৰপতি।
- ২০১২ - হুইটনী হাষ্টন, আমেৰিকান কণ্ঠশিল্পী, মঞ্চশিল্পী, প্ৰযোজক আৰু মডেল।
দিৱস
[সম্পাদনা কৰক]- উদ্ভাৱক দিৱস (যুক্তৰাষ্ট্ৰ)।
- ৰাষ্ট্ৰীয় প্ৰতিস্থা দিৱস (জাপান)।
- যুৱ দিৱস (কেমেৰুণ)।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
|