২০ অক্টোবৰ
Jump to navigation
Jump to search
- এই দিনটো বিশ্ব পৰিসংখ্যা দিৱস হিচাপে পালন কৰা হয়॥
- ভিয়েটনামত নাৰী দিৱস।
- ১৫৬৮ চনত মোগল সম্ৰাট আকবৰৰ চিতোৰ গড় আক্ৰমণ।
- ১৭৭৪ চনত কলিকতা ভাৰতৰ ৰাজধান ঘোষণা কৰা হয়।
- ১৯০৪ চনত চিলী আৰু বলভিয়াই শান্তি আৰু বন্ধুত্বৰ চুক্তিত সাক্ষৰ কৰে।
- ১৯৬২ চনত চীনৰ ভাৰত আক্ৰমণ।
- ১৯৭৮ চনত ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগৰ জন্ম দিন।
- ২০১০ চনত পাকিস্তানৰ অষ্টম ৰাষ্ট্ৰপতি ফাৰুক গিলানীৰ মৃত্যু।
- ২০১১ চনত লিবিয়াৰ নেতা গাদ্দাফীৰ মৃত্যু।