বীৰেন্দ্ৰ সেহৱাগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


বীৰেন্দ্ৰ সেহৱাগ
{{{imagealt}}}
২০১২ চনত বীৰেন্দ্ৰ সেহৱাগ
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম বীৰেন্দ্ৰ সেহৱাগ
জন্ম ২০ অক্টোবৰ, ১৯৭৮ (৪৫ বছৰ)
নাজাফগড়, দিল্লী, ভাৰত
উপনাম বীৰু, নবাব অফ নাজাফগড়, চুলতান অফ মুলতান
উচ্চতা 5 ফুট 8 ইঞ্চি (1.7 মিটাৰ)
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী সোঁহতীয়া
ভূমিকা অপেনিং বেটচমেন
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল ভাৰত
টেষ্ট অভিষেক (মুঠ খেল ২৩৯) ৩ নৱেম্বৰ ২০০১ বনাম দক্ষিণ আফ্ৰিকা
অন্তিম টেষ্ট ২ খন মেচ ২০১৩ বনাম Australia
ODI অভিষেক (মুঠ খেল ১২৩) ১ এপ্ৰিল ১৯৯৯ বনাম পাকিস্তান
শেষ ODI ৩ জানুৱাৰী ২০১৩ v পাকিস্তান
ODI shirt no. ৪৪
টি২০ অভিষেক (মুঠ খেল ) ১ ডিচেম্বৰ ২০০৬ বনাম দক্ষিণ আফ্ৰিকা
Last T20I ২ অক্টোবৰ ২০১২ বনাম দক্ষিণ আফ্ৰিকা
ঘৰুৱা দলৰ তথ্য
বছৰ দল
1997–2014 দিল্লী
২০১৫ হাৰিয়ানা
২০০৩ Leicestershire
২০০৮–২০১৩ Delhi Daredevils
২০১৪ Rest of the World XI
২০১৪ Marylebone Cricket Club
২০১৪–২০১৫ Kings XI Punjab
২০১৫ Sachin's Blasters
২০১৭ Maratha Arabians
২০১৮ Diamonds XI
২০২০-২০২১ India Legends
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা টেষ্ট এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ FC LA
মুঠ খেল ১০৪ ২৫১ ১৯৪ ৩৩২
ৰাণ ৮,৫৮৬ ৮,২৭৩ ১৪,৬৮৩ ১০,৪৫৪
বেটিং গড় ৪৯.৩৪ ৩৫.০৫ ৪৭.৩৬ ৩৪.০৫
শতক/অৰ্ধশতক ২৩/৩২ ১৫/৩৮ ৪২/৫৫ ১৬/৫৭
সৰ্বোচ্চ ৰাণ ৩১৯ ২১৯ ৩১৯ ২১৯
বল ৩,৭৩১ ৪,৩৯২ ৮,৬১৪ ৬,০০৯
উইকেট ৪০ ৯৬ ১০৫ ১৪২
বলিং গড় ৪৭.৩৫ ৪০.১৩ ৪২.৫৭ ৩৬.২৯
এক ইনিংছত ৫টা উইকেট
এখন খেলত ১০টা উইকেট
শ্ৰেষ্ঠ বলিং ৫/১০৪ ৪/৬ ৫/১০৪ ৪/৬
কেচ্চ/ষ্টাম্পিং ৯১/– ৯৩/– ১৬৬/– ১২০/–
উৎস: ESPNcricinfo, ৬ জানুৱাৰী ২০১৬

বীৰেন্দ্ৰ সেহৱাগ ( হিন্দী: वीरेन्द्र सहवाग), (জন্ম: ২০ অক্টোবৰ ১৯৭৮) ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ এজন প্ৰখ্যাত খেলুৱৈ। বীৰু, নাজাফগড়ৰ নবাব আৰু আধুনিক ক্ৰিকেটৰ জেন মাষ্টাৰ নামেৰেও তেওঁ পৰিচিত।[1] [2] ১৯৯৯ চনত এদিনীয়া আন্তৰ্জাতিক মেচত তেওঁৰ অভিষেক ঘটে আৰু ২০০১ চনত ভাৰতীয় টেষ্ট ক্ৰিকেট দলত স্থান লাভ কৰে। এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত ২১৯ ৰানৰ ব্যক্তিগত শ্ৰেষ্ঠত্বৰে এই শাখাত অভিলেখধাৰী হিচাপে স্বীকৃতি লাভ কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Mukul Kesavan (8 November 2010). "Cricket's modern Zen master". espncricinfo.com. Retrieved 22 November 2010.
  2. Mukul Kesavan (7 November 2010)."THE ZEN MASTER: – Sehwag or the art of concentration maintenance". The Telegraph. Kolkota, India. Retrieved 22 November 2010.