ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেট দল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেট দলটোক "মেন ইন ব্লু" বুলিও জনা যায়। দলটো ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) পৰিচালনা কৰে। ই আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰো (ICC) সদস্য। এই দলটোৱে ভাৰতৰহৈ আন্তৰ্জাতিক স্তৰত এদিনীয়া (ODI), টি-টুৱেণ্টি(T-20) আৰু টেষ্ট ক্ৰিকেট খেলে।

ভাৰতত ইউৰোপীয়ান ব্যৱসায়ী নাবিক সকলে ক্ৰিকেট খেলৰ আৰম্ভণি কৰিছিল, ১৯৭২ চনত কলকাতাত ভাৰতৰ প্ৰথম ক্ৰিকেট ক্লাব গঠন হৈছিল, আৰু ১৯৩২ চনৰ ২৫ জুন তাৰিখে ল'ৰ্ডছত ভাৰত জাতীয় ক্ৰিকেট দলে প্ৰথম আন্তৰ্জাতিক খেল খেলিছিল। ভাৰতীয় দলটো টেষ্ট ক্ৰিকেট খেলাৰ যোগ্যতা অৰ্জন কৰা ষষ্ঠতম দল। আৰম্ভণিৰ পঞ্চাছ বছৰত দলটো আন্তৰ্জাতিক স্তৰত এটা অতি দুৰ্বল দল আছিল, সেই সময়ছোৱাত খেলা মুঠ ১৯৬খন খেলৰ মাত্ৰৰ ৩৫ খনতহে জয়লাভ কৰিছিল। ১৯৭০ দশকৰ পাছৰ পৰা বেটছমেন সুনীল গাভাস্কাৰ আৰু গুণ্ডাপ্পা বিশ্বনাথ, অল-ৰাউণ্ডাৰ কপিল দেৱ আৰু ভাৰতীয় স্পীনাৰ – ইৰাপল্লী প্ৰসন্ন আৰু শ্ৰীনিৱাস ভেংকটৰাঘৱন (দুয়োজন অফ স্পীনাৰ), ভগৱত চন্দ্ৰশেখৰ (লেগ স্পীনাৰ), আৰু বিষেণ সিং বেদী (বাওঁহতীয়া স্পীনাৰ)ৰ দৰে খেলুৱৈৰ অৱদানত দলটো ক্ৰমে শক্তিশালী হবলৈ আৰম্ভ কৰে। সাধাৰণতে ঘৰুৱা খেলপথাৰত শক্তিশালী কিন্তু বাহিৰত দুৰ্বল দলটোৰ প্ৰদৰ্শন একবিংশ শতিকাৰ পৰাহে, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাত টেষ্ট মেচ জয়েৰে, উন্নত হবলৈ আৰম্ভ কৰে। বৰ্তমানলৈকে দলটোৱে দুবাৰকৈ বিশ্বকাপ ক্ৰিকেটত চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে – ১৯৮৩ চনত কপিল দেৱৰ নেতৃত্বত আৰু ২০১১ চনত মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত। ২০১১ চনত বিশ্বকাপ জয়েৰে, ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াৰ পাছত একাধিকবাৰ বিশ্বকাপ জয়ী, আৰু ঘৰতে বিশ্বকাপ জয়কৰা প্ৰথম দলৰূপে পৰিগণিত হয়। ধোনিৰ নেতৃত্বত ভাৰতে ২০০৭ চনত আই চি চি বিশ্ব টুৱেণ্টি২০ আৰু ২০১৩ চনত আইচিচি চেম্পিয়ঞ্চ ট্ৰফী জয় কৰে। ২০০২ চনত ভাৰতে শ্ৰীলংকাৰ লগত যুটীয়াকৈও আইচিচি চেম্পিয়ন ট্ৰফী জয় কৰিছিল।

২০১৫ চনৰ ১ মাৰ্চত, ভাৰতে ICCৰ তালিকাত টেষ্ট ক্ৰিকেটত সপ্তদশ স্থান আৰু এদিনীয়া তথা টি২০ত দ্বিতীয় স্থান লাভ কৰে। বৰ্তমান ভাৰত জাতীয় ক্ৰিকেট দলৰ টেষ্ট ক্ৰিকেটৰ অধিনায়ক বিৰাট কোহলি আৰু এদিনীয়া ক্ৰিকেটৰ অধিনায়ক হৈছে বিৰাট কোহলি

বিশ্বকাপ ক্ৰিকেট দল, ২০১৫[সম্পাদনা কৰক]

প্ৰশিক্ষক: জিম্বাৱৱে ডানটান ফ্লিছাৰ


ক্ৰ. নং নাম জন্ম এদিনীয়া বেটিং বল কৰাৰ কৌশল তালিকা A দল
এম এছ ধোনি (অধিনায়ক তথা কীপাৰ) ৭ জুলাই, ১৯৮১ ২৫৪ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত ঝাৰখণ্ড
বিৰাট ক'হলি (উপ অধিনায়ক) ৫ নৱেম্বৰ, ১৯৮৮ ১৫০ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত দিল্লী
ৰবিচন্দ্ৰন অশ্বিন ১৭ ছেপ্তেম্বৰ, ১৯৮৬ ৮৮ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত তামিলনাডু
ষ্টুৱাৰ্ট বিনি ৩ জুন, ১৯৮৪ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত কৰ্ণাটক
শিখৰ ধাৱান ৫ ডিচেম্বৰ, ১৯৮৫ ৫৩ বাঁওহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত দিল্লী
ৰবীন্দ্ৰ জাদেজা ৬ ডিচেম্বৰ, ১৯৮৮ ১১১ বাঁওহতীয়া বাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স ভাৰত ছৌৰাষ্ট্ৰ
ভূৱনেশ্বৰ কুমাৰ ৫ ফেব্ৰুৱাৰী, ১৯৯০ ৪৪ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত উত্তৰ প্ৰদেশ
অক্ষৰ পাটেল ২০ জানুৱাৰী, ১৯৯৪ ১৩ বাঁওহতীয়া বাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স ভাৰত গুজৰাট
অজিঙ্কা ৰ'হানে ৫ জুন, ১৯৮৮ ৪৬ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত মুম্বাই
১০ সুৰেশ ৰাইনা ২৭ নৱেম্বৰ, ১৯৮৬ ২০৭ বাঁওহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত উত্তৰ প্ৰদেশ
১১ আম্বাতি ৰাইডু (কীপাৰ) ২৩ ছেপ্তেম্বৰ, ১৯৮৫ ২৭ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত বৰৌডা
১২ মহম্মদ শ্বামি ৯ মাৰ্চ, ১৯৯০ ৪০ সোঁহতীয়া সোঁহতীয়া দ্ৰুত-মধ্যম বেগী ভাৰত বেংগল
১৩ ঈশান্ত শৰ্মা"প্ৰত্যাহাৰ" ২ ছেপ্তেম্বৰ, ১৯৮৮ ৭৬ সোঁহতীয়া সোঁহতীয়া দ্ৰুত-মধ্যম বেগী ভাৰত দিল্লী
১৪ মোহিত শৰ্মা ১৮ ছেপ্তেম্বৰ, ১৯৮৮ ১২ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত হাৰিয়ানা
১৫ ৰোহিত শৰ্মা ৩০ এপ্ৰিল, ১৯৮৭ ১২৭ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত মুম্বাই
১৬ উমেশ যাদৱ ২৫ অক্টোবৰ, ১৯৮৭ ৪০ সোঁহতীয়া সোঁহতীয়া দ্ৰুত বেগী ভাৰত বিদৰ্ভ

আঁঠুৰ আঘাট উপশম নোহোৱাৰ বাবে ঈশান্ত শৰ্মাৰ নাম প্ৰত্যাহাৰ কৰা হয়। তেওঁৰ ঠাইত মোহিত শৰ্মাক অন্তৰ্ভূক্ত কৰা হয়।

বিশ্বকাপ ক্ৰিকেট দল, ২০১১[সম্পাদনা কৰক]

প্ৰশিক্ষক: দক্ষিণ আফ্ৰিকা গেৰী কীৰ্ষ্টেন


ক্ৰ. নং নাম জন্ম এদিনীয়া বেটিং বল কৰাৰ কৌশল তালিকা A দল
এম এছ ধোনি (অধিনায়ক তথা কীপাৰ) ৭ জুলাই, ১৯৮১ ১৭৭ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত ঝাৰখণ্ড
বীৰেন্দ্ৰ সেহৱাগ (উপ অধিনায়ক) ২০ অক্টোবৰ, ১৯৭৮ ১৫০ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত দিল্লী
গৌতম গম্ভীৰ ১৪ অক্টোবৰ, ১৯৮৬ ১০৫ বাঁওহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত দিল্লী
শচীন তেণ্ডুলকাৰ ২৪ এপ্ৰিল, ১৯৭৩ ৪৪৪ সোঁহতীয়া সোঁহতীয়া লেগ ব্ৰেক ভাৰত মুম্বাই
যুৱৰাজ সিং ২৭ নৱেম্বৰ, ১৯৮৬ ২৬৫ বাঁওহতীয়া বাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স ভাৰত পঞ্জাব
সুৰেশ ৰাইনা ২৭ নৱেম্বৰ, ১৯৮৬ ১১০ বাঁওহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত উত্তৰ প্ৰদেশ
বিৰাট কোহলি ৫ নৱেম্বৰ, ১৯৮৮ ৪৫ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত দিল্লী
য়ুছুফ পাঠান ১৭ নৱেম্বৰ, ১৯৮২ ৪৫ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত বৰৌডাগুজৰাট
জাহিৰ খান ৭ অক্টোবৰ, ১৯৭৮ ১৮২ সোঁহতীয়া বাঁওহতীয়া দ্ৰুত বেগী-মধ্যম বেগী ভাৰত মুম্বাই
১০ হৰভজন সিং ৩ জুলাই, ১৯৮০ ২১৭ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত পঞ্জাব
১১ আশিষ নেহৰা ২৪ এপ্ৰিল, ১৯৭৯ ১১৬ সোঁহতীয়া বাঁওহতীয়া মধ্যম বেগী ভাৰত দিল্লী
১২ মুনাফ পাটেল ১২ জুলাই, ১৯৮৩ ৭১ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত বৰৌডা
১৩ প্ৰবীন কুমাৰ"প্ৰত্যাহাৰ" ২ অক্টোবৰ, ১৯৮৬ ৬৮ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত উত্তৰ প্ৰদেশ
১৪ এছ শ্ৰীসন্থ ৬ ফেব্ৰুৱাৰী, ১৯৮৩ ৫১ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত কেৰালা
১৫ পীয়ুষ চাওলা ২৪ ডিচেেম্বৰ, ১৯৮৮ ২১ বাঁওহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত উত্তৰ প্ৰদেশ
১৬ ৰবিচন্দ্ৰন অশ্বিন ১৭ ছেপ্তেম্বৰ, ১৯৮৬ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত তামিলনাডু

আঘাটজনিত কাৰণত প্ৰবীন কুমাৰৰ নাম প্ৰত্যাহাৰ কৰা হয়। তেওঁৰ ঠাইত এছ শ্ৰীসন্থক অন্তৰ্ভূক্ত কৰা হয়।

বিশ্বকাপ ক্ৰিকেট দল, ২০০৭[সম্পাদনা কৰক]

প্ৰশিক্ষক: অষ্ট্ৰেলিয়া গ্ৰেগ চেপেল


ক্ৰ. নং নাম জন্ম এদিনীয়া বেটিং বল কৰাৰ কৌশল তালিকা A দল
ৰাহুল দ্ৰাবিড় (অধিনায়ক) ১১ জানুৱাৰী, ১৯৭৩ ৩০৬ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত কৰ্ণাটক
যুৱৰাজ সিং (উপ অধিনায়ক) ১২ ডিচেম্বৰ, ১৯৮১ ১৬৩ বাঁওহতীয়া বাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স ভাৰত পঞ্জাব
অজিত আগাৰকাৰ ৪ ছেপ্তেম্বৰ, ১৯৭৭ ১৮০ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত মুম্বাই
এম এছ ধোনী (কীপাৰ) ৭ জুলাই, ১৯৮১ ৬৬ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত ঝাৰখণ্ড
সৌৰভ গাঙ্গুলি ৮ জুলাই, ১৯৭২ ২৮৫ বাঁওহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত বেংগল
হৰভজন সিং ৩ জুলাই, ১৯৮০ ১৪৭ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত পঞ্জাব
দিনেশ কাৰ্তিক ১ জুন, ১৯৮৫ ১৩ সোঁহতীয়া উইকেটকীপাৰ ভাৰত তামিলনাডু
জাহিৰ খান ৭ অক্টোবৰ, ১৯৭৮ ১১৩ সোঁহতীয়া বাঁওহতীয়া দ্ৰুত-মধ্যম বেগী ভাৰত মুম্বাই
অনিল কুম্বলে ১৭ অক্টোবৰ, ১৯৭০ ২৬৮ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত কৰ্ণাটক
১০ মুনাফ পাটেল ১২ জুলাই, ১৯৮৩ ১৭ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত মহাৰাষ্ট্ৰ
১১ ইৰফান পাঠান ২৭ অক্টোবৰ, ১৯৮৪ ৭৩ বাঁওহতীয়া বাঁওহতীয়া মধ্যম বেগী ভাৰত বৰৌডা
১২ বীৰেন্দ্ৰ সেহৱাগ ২০ অক্টোবৰ, ১৯৭৮ ১৬০ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত দিল্লী
১৩ এছ শ্ৰীসন্থ ৬ ফেব্ৰুৱাৰী, ১৯৮৩ ২৭ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত কেৰালা
১৪ শচীন তেণ্ডুলকাৰ ২৪ এপ্ৰিল, ১৯৭৩ ৩৮১ সোঁহতীয়া সোঁহতীয়া লেগ ব্ৰেক ভাৰত মুম্বাই
১৫ ৰবীন উথাপ্পা ১১ নৱেম্বৰ, ১৯৮৫ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত কৰ্ণাটক

বিশ্বকাপ ক্ৰিকেট দল, ২০০৩[সম্পাদনা কৰক]

প্ৰশিক্ষক: নিউজিলেণ্ড জন ৰাইট


ক্ৰ. নং নাম জন্ম এদিনীয়া বেটিং বল কৰাৰ কৌশল তালিকা A দল
সৌৰভ গাঙ্গুলি (অধিনায়ক) ৮ জুলাই, ১৯৭২ ২১৮ বাঁওহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত বেংগল
অজিত আগাৰকাৰ ৪ ছেপ্তেম্বৰ, ১৯৭৭ ১১০ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত মুম্বাই
সঞ্জয় বনগাৰ ১১ অক্টোবৰ, ১৯৭২ ১১ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত ৰেলৱে
ৰাহুল দ্ৰাবিড় (কীপাৰ) ১১ জানুৱাৰী, ১৯৭৩ ১৯৬ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত কৰ্ণাটক
মহম্মদ কাঈফ ১ ডিচেম্বৰ, ১৯৮০ ৩৭ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত উত্তৰ প্ৰদেশ
জাহিৰ খান ৭ অক্টোবৰ, ১৯৭৮ ৫৬ সোঁহতীয়া বাঁওহতীয়া দ্ৰুত-মধ্যম বেগী ভাৰত বৰৌডা
অনিল কুম্বলে ১৭ অক্টোবৰ, ১৯৭০ ২৩৮ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত কৰ্ণাটক
দিনেশ মংগিয়া ১৭ এপ্ৰিল, ১৯৭৭ ৩২ বাঁওহতীয়া বাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স ভাৰত পঞ্জাব
অশিষ নেহৰা ২৯ এপ্ৰিল, ১৯৭৯ ৩০ সোঁহতীয়া বাঁওহতীয়া মধ্যম বেগী ভাৰত দিল্লী
১০ পাৰ্থিৱ পাটেল ৯ মাৰ্চ, ১৯৮৫ বাঁওহতীয়া (উইকেটকীপাৰ) ভাৰত গুজৰাট
১১ বীৰেন্দ্ৰ সেহৱাগ ২০ অক্টোবৰ, ১৯৭৮ ৫৭ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত দিল্লী
১২ হৰভজন সিং ৩ জুলাই, ১৯৮০ ৬৩ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত পঞ্জাব
১৩ যুৱৰাজ সিং ১২ ডিচেম্বৰ, ১৯৮১ ৫৯ বাঁওহতীয়া বাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স ভাৰত পঞ্জাব
১৪ জভাগল শ্ৰীনাথ ৩১ আগষ্ট, ১৯৬৯ ২২৯ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত কৰ্ণাটক
১৫ শচীন তেণ্ডুলকাৰ ২৪ এপ্ৰিল, ১৯৭৩ ৩০৩ সোঁহতীয়া সোঁহতীয়া লেগ ব্ৰেক ভাৰত মুম্বাই

বিশ্বকাপ ক্ৰিকেট দল, ১৯৯৯[সম্পাদনা কৰক]

ক্ৰ. নং নাম জন্ম বেটিং বল কৰাৰ কৌশল তালিকা A দল
মহম্মদ আজহাৰুদ্দিন (অধিনায়ক) ৮ ফেব্ৰুৱাৰী, ১৯৬৩ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত হাইদৰাবাদ
সৌৰভ গাঙ্গুলি ৮ জুলাই, ১৯৭২ বাঁওহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত বেংগল
অজয় জাদেজা (উপ অধিনায়ক) ১ ফেব্ৰুৱাৰী, ১৯৭১ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত হাৰিয়ানা
সদাগোপান ৰমেশ ১৬ অক্টোবৰ, ১৯৭৫ বাঁওহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত কেৰালা
ৰাহুল দ্ৰাবিড় ১১ জানুৱাৰী, ১৯৭৩ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত কৰ্ণাটক
ৰবিন সিং ১৪ ছেপ্তেম্বৰ, ১৯৬৩ বাঁওহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত তামিলনাডু
অজিত আগাৰকাৰ ৪ ছেপ্তেম্বৰ, ১৯৭৭ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত মুম্বাই
অনিল কুম্বলে ১৭ অক্টোবৰ, ১৯৭০ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত কৰ্ণাটক
নয়ন মংগিয়া (কীপাৰ) ১৯ ডিচেম্বৰ, ১৯৬৯ সোঁহতীয়া (উইকেটকীপাৰ)
১০ শচীন তেণ্ডুলকাৰ ২৪ এপ্ৰিল, ১৯৭৩ সোঁহতীয়া সোঁহতীয়া লেগ ব্ৰেক ভাৰত মুম্বাই
১১ ভেংকটেশ প্ৰসাদ ৫ আগষ্ট, ১৯৬৯ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত কৰ্ণাটক
১২ নিখিল চৌপ্ৰা ২৯ ডিচেম্বৰ, ১৯৭৩ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক
১৩ দোবাশীষ মহান্তি ২০ জুলাই, ১৯৭৬ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী
১৪ জভাগল শ্ৰীনাথ ৩১ আগষ্ট, ১৯৬৯ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত কৰ্ণাটক
১৫ অময় খোৰানা ১৮ মে, ১৯৭২ বাঁওহতীয়া বাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স

বিশ্বকাপ ক্ৰিকেট দল, ১৯৯৬[সম্পাদনা কৰক]

ক্ৰ. নং নাম জন্ম বেটিং বল কৰাৰ কৌশল তালিকা A দল
মহম্মদ আজহাৰুদ্দিন (অধিনায়ক) ৮ ফেব্ৰুৱাৰী, ১৯৬৩ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত হাইদৰাবাদ
শচীন তেণ্ডুলকাৰ (উপ অধিনায়ক) ২৪ এপ্ৰিল, ১৯৭৩ সোঁহতীয়া সোঁহতীয়া লেগ ব্ৰেক ভাৰত মুম্বাই
বিনোদ কাম্বলি ১৮ জানুৱাৰী, ১৯৭২ বাঁওহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত মুম্বাই
আশিষ কাপুৰ ২৫ মাৰ্চ, ১৯৭১ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত তামিলনাডু
অনিল কুম্বলে ১৭ অক্টোবৰ, ১৯৭০ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত কৰ্ণাটক
সঞ্জয় মানজ্ৰেকাৰ ১২ জুলাই, ১৯৬৫ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত মুম্বাই
নয়ন মংগিয়া (কীপাৰ) ১৯ ডিচেম্বৰ, ১৯৬৯ সোঁহতীয়া (উইকেটকীপাৰ)
মনোজ প্ৰভাকৰ ১৫ এপ্ৰিল, ১৯৬৩ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত দিল্লী
ভেংকটেশ প্ৰসাদ ৫ আগষ্ট, ১৯৬৯ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত কৰ্ণাটক
১০ নৱজিৎ সিং সিদ্ধু ২০ অক্টোবৰ, ১৯৬৩ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত পঞ্জাব
১১ জভাগল শ্ৰীনাথ ৩১ আগষ্ট, ১৯৬৯ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত কৰ্ণাটক
১২ অজয় জাদেজা ১ ফেব্ৰুৱাৰী, ১৯৭১ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত হাৰিয়ানা
১৩ সলিল অংকোলা ১ মাৰ্চ, ১৯৬৮ সোঁহতীয়া সোঁহতীয়া তীব্ৰ-মধ্যম বেগী ভাৰত মুম্বাই
১৪ ভেংকটাপথি ৰাজু ৯ জুলাই, ১৯৬৯ সোঁহতীয়া বাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স ভাৰত হাইদৰাবাদ

বিশ্বকাপ ক্ৰিকেট দল, ১৯৯২[সম্পাদনা কৰক]

ক্ৰ. নং নাম জন্ম বেটিং বল কৰাৰ কৌশল তালিকা A দল
মহম্মদ আজহাৰুদ্দিন (অধিনায়ক) ৮ ফেব্ৰুৱাৰী, ১৯৬৩ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত হাইদৰাবাদ
সুব্ৰত বেনাৰ্জি ১৩ ফেব্ৰুৱাৰী, ১৯৬৯ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী
শচীন তেণ্ডুলকাৰ ২৪ এপ্ৰিল, ১৯৭৩ সোঁহতীয়া সোঁহতীয়া লেগ ব্ৰেক ভাৰত মুম্বাই
অজয় জাদেজা ১ ফেব্ৰুৱাৰী, ১৯৭১ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত হাৰিয়ানা
বিনোদ কাম্বলি ১৮ জানুৱাৰী, ১৯৭২ বাঁওহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত মুম্বাই
কপিল দেৱ ৬ জানুৱাৰী, ১৯৫৯ সোঁহতীয়া সোঁহতীয়া দ্ৰুত-মধ্যম বেগী ভাৰত বৰৌডা
সঞ্জয় মানজ্ৰেকাৰ ১২ জুলাই, ১৯৬৫ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত মুম্বাই
কিৰণ ম'ৰে (কীপাৰ) ৪ ছেপ্তেম্বৰ, ১৯৬২ সোঁহতীয়া সোঁহতীয়া লেগ ব্ৰেক ভাৰত বৰৌডা
মনোজ প্ৰভাকৰ ১৫ এপ্ৰিল, ১৯৬৩ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত দিল্লী
১০ ভেংকটাপথি ৰাজু ৯ জুলাই, ১৯৬৯ সোঁহতীয়া বাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স ভাৰত হাইদৰাবাদ
১১ ৰবি শাস্ত্ৰী ২৭ মে, ১৯৬২ সোঁহতীয়া বাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স ভাৰত মুম্বাই
১২ কৃষ্ণমচাৰী শ্ৰীকান্থ ২১ ডিচেম্বৰ, ১৯৫৯ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী
সোঁহতীয়া অফ ব্ৰেক
ভাৰত তামিলনাডু
১৩ জভাগল শ্ৰীনাথ ৩১ আগষ্ট, ১৯৬৯ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত কৰ্ণাটক
১৪ প্ৰবীন আম্ৰে ১৪ আগষ্ট, ১৯৬৮ সোঁহতীয়া সোঁহতীয়া লেগ ব্ৰেক ভাৰত মুম্বাই

বিশ্বকাপ ক্ৰিকেট দল, ১৯৮৭[সম্পাদনা কৰক]

ক্ৰ. নং নাম জন্ম বেটিং বল কৰাৰ কৌশল তালিকা A দল
কপিল দেৱ (অধিনায়ক) ৬ জানুৱাৰী, ১৯৫৯ সোঁহতীয়া সোঁহতীয়া দ্ৰুত-মধ্যম বেগী ভাৰত হাৰিয়ানা
মহম্মদ আজহাৰুদ্দিন ৮ ফেব্ৰুৱাৰী, ১৯৬৩ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত হাইদৰাবাদ
ৰজাৰ বিনী ১৯ জুলাই, ১৯৫৫ সোঁহতীয়া সোঁহতীয়া দ্ৰুত-মধ্যম বেগী ভাৰত কৰ্ণাটক
সুনীল গাভাস্কাৰ ১০ জুলাই, ১৯৪৯ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী
সোঁহতীয়া অফ ব্ৰেক
ভাৰত মুম্বাই
মনিন্দৰ সিং ১৩ জুন, ১৯৬৫ সোঁহতীয়া বাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স
কিৰণ মৰে (কীপাৰ) ৪ ছেপ্তেম্বৰ, ১৯৬২ সোঁহতীয়া সোঁহতীয়া লেগ ব্ৰেক ভাৰত বৰৌডা
চন্দ্ৰকান্ত পণ্ডিত ৩০ ছেপ্তেম্বৰ, ১৯৬১ সোঁহতীয়া
মনোজ প্ৰভাকৰ ১৫ এপ্ৰিল, ১৯৬৩ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত দিল্লী
চেতন শৰ্মা ৩ জানুৱাৰী, ১৯৬৬ সোঁহতীয়া সোঁহতীয়া দ্ৰুত-মধ্যম বেগী ভাৰত হাৰিয়ানা
১০ ৰবি শাস্ত্ৰী ২৭ মে, ১৯৬২ সোঁহতীয়া বাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স ভাৰত মুম্বাই
১১ নৱজিৎ সিং সিদ্ধু ২০ অক্টোবৰ, ১৯৬৩ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত পঞ্জাব
১২ লক্ষণ শিৱৰামাকৃষ্ণন ৩১ ডিচেম্বৰ, ১৯৬৫ সোঁহতীয়া সোঁহতীয়া লেগ ব্ৰেক আৰু গুগলী ভাৰত দিল্লী
১৩ কৃষ্ণমচাৰী শ্ৰীকান্থ ২১ ডিচেম্বৰ, ১৯৫৯ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী
সোঁহতীয়া অফ ব্ৰেক
ভাৰত তামিলনাডু
১৪ দিলিপ ভেংগাস্কাৰ ৬ এপ্ৰিল, ১৯৫৬ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত মুম্বাই

বিশ্বকাপ ক্ৰিকেট দল, ১৯৮৩[সম্পাদনা কৰক]

ক্ৰ. নং নাম জন্ম বেটিং বল কৰাৰ কৌশল তালিকা A দল
কপিল দেৱ (অধিনায়ক) ৬ জানুৱাৰী, ১৯৫৯ সোঁহতীয়া সোঁহতীয়া দ্ৰুত-মধ্যম বেগী ভাৰত হাৰিয়ানা
মহীন্দৰ অমৰনাথ (উপ অধিনায়ক) ২৪ ছেপ্তেম্বৰ, ১৯৫০ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত দিল্লী
কীৰ্তি আজাদ ২ জানুৱাৰী, ১৯৫৯ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত দিল্লী
ৰ'জাৰ বিনী ১৯ জুলাই, ১৯৫৫ সোঁহতীয়া সোঁহতীয়া দ্ৰুত-মধ্যম বেগী ভাৰত কৰ্ণাটক
সুনীল গাভাস্কাৰ ১০ জুলাই, ১৯৪৯ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী
সোঁহতীয়া অফ ব্ৰেক
ভাৰত মুম্বাই
ছৈয়দ কিৰ্মানি (কীপাৰ) ২৯ ডিচেম্বৰ, ১৯৪৯ সোঁহতীয়া উইকেটকীপাৰ ভাৰত কৰ্ণাটক
মদন লাল ২০ মাৰ্চ, ১৯৫১ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত দিল্লী
সন্দিপ পাটেল ১৮ আগষ্ট, ১৯৫৬ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত মুম্বাই
বলবিন্দৰ সিং সাঁধু
১০ যশপাল শৰ্মা ১৮ আগষ্ট, ১৯৫৪ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী
১১ ৰবি শাস্ত্ৰী ২৭ মে, ১৯৬২ সোঁহতীয়া বাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স ভাৰত মুম্বাই
১২ কৃষ্ণমচাৰী শ্ৰীকান্থ ২১ ডিচেম্বৰ, ১৯৫৯ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী
সোঁহতীয়া অফ ব্ৰেক
ভাৰত তামিলনাডু
১৩ সুনিল ৱালচন ২ অক্টোবৰ, ১৯৫৮ সোঁহতীয়া বাঁওহতীয়া মধ্যম বেগী
১৪ দিলিপ ভেংগাস্কাৰ ১২ ফেব্ৰুৱাৰী, ১৯৪৯ সোঁহতীয়া সোঁহতীয়া লেগ ব্ৰেক ভাৰত কৰ্ণাটক

বিশ্বকাপ ক্ৰিকেট দল, ১৯৭৯[সম্পাদনা কৰক]

ক্ৰ. নং নাম জন্ম বেটিং বল কৰাৰ কৌশল তালিকা A দল
শ্ৰীনিৱাস ভেংকটৰাঘৱন (অধিনায়ক) ২১ এপ্ৰিল, ১৯৪৫ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত তামিলনাডু
মহীন্দৰ অমৰনাথ ২৪ ছেপ্তেম্বৰ, ১৯৫০ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত দিল্লী
বিশন সিং বেদী ২৫ ছেপ্তেম্বৰ, ১৯৪৬ সোঁহতীয়া বাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স ভাৰত দিল্লী
অংশুমান গায়কোৱাড় ২৩ ছেপ্তেম্বৰ, ১৯৫২ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত বৰৌডা
সুনীল গাভাস্কাৰ ১০ জুলাই, ১৯৪৯ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী
সোঁহতীয়া অফ ব্ৰেক
ভাৰত মুম্বাই
কৰ্ষণ গাভ্ৰি ২৮ ফেব্ৰুৱাৰী, ১৯৫১ বাঁওহতীয়া বাঁওহতীয়া মধ্যম বেগী ভাৰত মুম্বাই
কপিল দেৱ ৬ জানুৱাৰী, ১৯৫৯ সোঁহতীয়া সোঁহতীয়া দ্ৰুত-মধ্যম বেগী ভাৰত হাৰিয়ানা
সুৰিন্দৰ খান্না (কীপাৰ) ৩ জুন, ১৯৫৬ সোঁহতীয়া উইকেটকীপাৰ ভাৰত দিল্লী
ব্ৰিজেষ পাটেল ২৪ নৱেম্বৰ, ১৯৫২ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত কৰ্ণাটক
১০ দিলিপ ভেংগাস্কাৰ ৬ এপ্ৰিল, ১৯৫৬ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত মুম্বাই
১১ গুণ্ডাপ্পা বিশ্বনাথ ১২ ফেব্ৰুৱাৰী, ১৯৪৯ সোঁহতীয়া সোঁহতীয়া লেগ ব্ৰেক ভাৰত কৰ্ণাটক

বিশ্বকাপ ক্ৰিকেট দল, ১৯৭৫[সম্পাদনা কৰক]

ক্ৰ. নং নাম জন্ম বেটিং বল কৰাৰ কৌশল তালিকা A দল
শ্ৰীনিৱাস ভেংকটৰাঘৱন (অধিনায়ক) ২১ এপ্ৰিল, ১৯৪৫ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত তামিলনাডু
ছৈয়দ আবিদ আলি ৯ ছেপ্তেম্বৰ, ১৯৪১ সোঁহতীয়া সোঁহতীয়া দ্ৰুত-মধ্যম বেগী ভাৰত হাইদৰাবাদ
মহীন্দৰ অমৰনাথ ২৪ ছেপ্তেম্বৰ, ১৯৫০ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত দিল্লী
বিশন সিং বেদী ২৫ ছেপ্তেম্বৰ, ১৯৪৬ সোঁহতীয়া বাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স ভাৰত দিল্লী
ফাৰুখ ইঞ্জিনিয়াৰ (কীপাৰ) ২৫ ফেব্ৰুৱাৰী, ১৯৩৮ সোঁহতীয়া উইকেটকীপাৰ ভাৰত মুম্বাই
অংশুমান গায়কোৱাড় ২৩ ছেপ্তেম্বৰ, ১৯৫২ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত বৰৌডা
সুনীল গাভাস্কাৰ ১০ জুলাই, ১৯৪৯ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী
সোঁহতীয়া অফ ব্ৰেক
ভাৰত মুম্বাই
কৰ্ষণ গাভ্ৰি ২৮ ফেব্ৰুৱাৰী, ১৯৫১ বাঁওহতীয়া বাঁওহতীয়া মধ্যম বেগী ভাৰত মুম্বাই
মদন লাল ২০ মাৰ্চ, ১৯৫১ সোঁহতীয়া সোঁহতীয়া মধ্যম বেগী ভাৰত দিল্লী
১০ ব্ৰিজেষ পাটেল ২৪ নৱেম্বৰ, ১৯৫২ সোঁহতীয়া সোঁহতীয়া অফ ব্ৰেক ভাৰত কৰ্ণাটক
১১ একান্থ শলকাৰ ১৮ মাৰ্চ, ১৯৪৮ বাঁওহতীয়া বাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স ভাৰত মুম্বাই
১২ গুণ্ডাপ্পা বিশ্বনাথ ১২ ফেব্ৰুৱাৰী, ১৯৪৯ সোঁহতীয়া সোঁহতীয়া লেগ ব্ৰেক ভাৰত কৰ্ণাটক