বিৰাট কোহলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বিৰাট ক'হলিৰ পৰা পুনঃনিৰ্দেশিত)
বিৰাট ক'হলি
{{{imagealt}}}
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম বিৰাট ক'হলি
জন্ম ৫ নৱেম্বৰ, ১৯৮৮ (৩৫ বছৰ)
দিল্লী, ভাৰত
উপনাম চিকু
উচ্চতা 5 ফুট 9 ইঞ্চি (1.8 মিটাৰ)
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী সোঁহতীয়া মধ্যমীয়া গতি
ভূমিকা বেট্‌ছমেন
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল ভাৰত
টেষ্ট অভিষেক (মুঠ খেল ২৬৯) ২০ জুন ২০১১ বনাম ৱেষ্ট ইণ্ডিজ
অন্তিম টেষ্ট ১-৫ জুলাই ২০২২ বনাম ইংলেণ্ড
ODI অভিষেক (মুঠ খেল ১৭৫) ১৮ আগষ্ট ২০০৮ বনাম শ্ৰীলংকা
শেষ ODI ১৭ জুলাই ২০১৫ v ইংলেণ্ড
ODI shirt no. ১৮
ঘৰুৱা দলৰ তথ্য
বছৰ দল
২০০৬–বৰ্তমান দিল্লী
২০০৮–বৰ্তমান ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা টেষ্ট এদিনীয়া টি ২০ ইন্টাৰনেচনেল প্ৰথম শ্ৰেণী
মুঠ খেল ১০২ ২৬২ ১০৯ ১৩৪
ৰাণ ৮০৭৪ ১২৩৪৪ ৩৭১২ ১০৩২৩
বেটিং গড় ৪৯.৫৩ ৫৭.৬৮ ৫০.৮৪ ৫০.৬০
শতক/অৰ্ধশতক ২৭/২৮ ৪৩/৬৪ ১/৩৩ ৩৪/৩৬
সৰ্বোচ্চ ৰাণ ২৫৪ ১৮৩ ১২২* ২৫৪
বল ১৭৫ ৬৪১ ১৫২ ৬৪৩
উইকেট
বলিং গড় ১৬৬.২৫ ৫১.০০ ১১২.৬৬
এক ইনিংছত ৫টা উইকেট
এখন খেলত ১০টা উইকেট
শ্ৰেষ্ঠ বলিং n/a ১/১৫ ১/১৩ ১/১৯
কেচ্চ/ষ্টাম্পিং ১০২/– ১৩৮/– ৪৮/- ১৩৩/–
উৎস: ই এছ পি এন ক্ৰিকইনফ', ২৮ ফেব্ৰুৱাৰী ২০১৫

বিৰাট ক'হলি (এই শব্দটোৰ বিষয়ে pronunciation ) (জন্ম ৫ নৱেম্বৰ ১৯৮৮) এজন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। টপ অৰ্ডাৰত খেলা সোঁহতীয়া বেট্‌ছমেনজন ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক।[1] ২০০৮ চনত মালয়েছিয়াত অনুষ্ঠিত ১৯-অনুৰ্দ্ধ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত জয়লাভ কৰা ভাৰতীয় দলৰ তেওঁ অধিনায়ক আছিল। ঘৰুৱা ক্ৰিকেটত তেওঁ দিল্লী দলৰ হৈ খেলে আৰু ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ দলৰ তেওঁ প্ৰাক্তন অধিনায়ক।[2]

২০০৮ চনত ক'হলিয়ে ভাৰতৰ হৈ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত আত্মপ্ৰকাশ কৰে আৰু ২০১১ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ তেওঁ সদস্য আছিল। এদিনীয়া দলত নিয়মীয়াকৈ খেলি আছিল যদিও ক'হলিয়ে ২০১১ চনতহে টেষ্টত আত্মপ্ৰকাশ কৰে কিংষ্ট'নত ৱেষ্ট ইণ্ডিজৰ বিপক্ষে। ২০১১-১২ চনত এডিলেইডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ক'হলিয়ে প্ৰথম টেষ্ট শতক অৰ্জন কৰে।[3]

এদিনীয়া ক্ৰিকেটত ক'হলিৰ নামত বহুখিনি অভিলেখ আছে। ইয়াৰ ভিতৰত ভাৰতীয় বেট্‌ছমেনৰ দ্ৰুততম শতৰাণ[4] আৰু যিকোনো দেশৰ হৈ আটাইতকৈ কম খেলত ১৭টা শতৰাণ উল্লেখযোগ্য।[5]সৌৰভ গাংগুলী (১৯৯৭-২০০০), শচীন টেণ্ডুলকাৰ (১৯৯৬-৯৮) আৰু মহেন্দ্ৰ সিং ধোনিৰ (২০০৭-০৯) পাছতে তেওঁ এদিনীয়া ক্ৰিকেটত ক্ৰমাগত তিনি বা ততোধিক বৰ্ষত ১০০০ বা ততোধিক ৰাণ কৰা চতুৰ্থ বেট্‌ছমেন।[5] এদিনীয়া ক্ৰিকেটৰ দ্বিতীয় ইনিংছত বেটিং কৰি ১৪ টা শতৰাণ কৰি তেওঁ শচীন টেণ্ডুলকাৰৰ পাছতে দ্বিতীয় স্থানত আছে। দুবাৰকৈ ক্ৰমাগত ৫ খন খেলত ৫০ বা ততোথিক ৰাণ কৰা তেওঁ প্ৰথম খেলুৱৈ।[5] ২০১২ চনত ক'হলিয়ে আই চি চি বৰ্ষশ্ৰেষ্ঠ এদিনীয়া খেলুৱৈৰ সন্মান লাভ কৰে।[6] ২০১৩ চনৰ নৱেম্বৰত তেওঁ প্ৰথমবাৰৰ বাবে আই চি চি এদিনীয়া বেট্‌ছমেনৰ ৰেংকিঙত প্ৰথম স্থান লাভ কৰে।[7] ২০১৪ চনত বাংলাদেশত অনুষ্ঠিত টুৱেণ্টী ২০ বিশ্বকাপত তেওঁ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ (মেন অৱ দ্য টুৰ্ণামেণ্ট) সন্মান লাভ কৰে।[8]

অভিলেখ[সম্পাদনা কৰক]

দ্ৰুততম শতৰাণ[সম্পাদনা কৰক]

  • এদিনীয়া ক্ৰিকেটত কোনো ভাৰতীয় খেলুৱৈৰ দ্ৰুততম শতৰাণ, ৫২ বলত, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে, জয়পুৰ, ১৬ অক্টোবৰ ২০১৩।[9]

সাফল্য[সম্পাদনা কৰক]

  • এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সবাতোকৈ কম খেলত ১০০০ ৰাণ।[10]
  • এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সবাতোকৈ কম খেলত ৩০০০ ৰাণ।[11]
  • এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সবাতোকৈ কম খেলত ৪০০০ ৰাণ।[12]
  • এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সবাতোকৈ কম খেলত ৫০০০ ৰাণ।[13]
  • এদিনীয়া ক্ৰিকেটত যিকোনো দলৰ হৈ সবাতোকৈ কম খেলত ৬০০০ ৰাণ।[14]
  • আটাইতকৈ কম এদিনীয়া খেলত ১০ টা শতৰাণৰ তালিকাত দ্বিতীয় স্থান, ভাৰতৰ হৈ প্ৰথম স্থান।[15]
  • আটাইতকৈ কম এদিনীয়া খেলত ১৫ টা শতৰাণৰ তালিকাত দ্বিতীয় স্থান, ভাৰতৰ হৈ প্ৰথম স্থান।[16]
  • আটাইতকৈ কম এদিনীয়া খেলত ২০ টা শতৰাণৰ তালিকাত দ্বিতীয় স্থান, ভাৰতৰ হৈ প্ৰথম স্থান।[17]

কেলেণ্ডাৰ বৰ্ষৰ সৰ্বাধিক ৰাণ[সম্পাদনা কৰক]

  • ২০১০ চনত এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক ৰাণ।[18]
  • ২০১১ চনত এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক ৰাণ।[19]
  • ২০১২ চনত এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক ৰাণ।[20]
  • ২০১৩ চনত এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক ৰাণ।[21]
  • ২০১৪ চনত এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক ৰাণ।[22]
  • ২০১১ চনত এদিনীয়া ক্ৰিকেটত যিকোনো দলৰ হৈ সৰ্বাধিক ৰাণ।[23]
  • ২০১২ চনত টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক ৰাণ।[24]

সৰ্বাধিক শতৰাণ[সম্পাদনা কৰক]

  • ২০১০ চনত এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক শতৰাণ।[25]
  • ২০১১ চনত এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক শতৰাণ।[26]
  • ২০১২ চনত এদিনীয়া ক্ৰিকেটত যিকোনো দলৰ হৈ সৰ্বাধিক শতৰাণ।[27]
  • ২০১৪ চনত এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক শতৰাণ।[28]

অধিনায়কৰ অভিলেখ[সম্পাদনা কৰক]

  • অধিনায়ক হিচাপে টেষ্টৰ প্ৰথম তিনিটা ইনিংছত তিনিটা শতৰাণ কৰা প্ৰথম খেলুৱৈ। ইয়াৰ আগেয়ে গ্ৰেগ চেপেলে টেষ্টৰ অধিনায়ক হিচাপে প্ৰথম দুটা ইনিংছত শতৰাণ কৰিছিল।[29]


সন্মান[সম্পাদনা কৰক]

  • আই চি চি বৰ্ষশ্ৰেষ্ঠ এদিনীয়া খেলুৱৈ ২০১২[31]
  • চিয়েট (Ceat) আন্তৰ্জাতিক বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ ২০১৩-১৪

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "MS Dhoni retires from Test Cricket, Virat Kohli named Test Captain". NewsX. Archived from the original on 30 December 2014. https://web.archive.org/web/20141230224912/http://www.newsx.com/sports/item/31053-latest-breaking-news-ms-dhoni-retires-from-test-cricket-virat-kohli-named-test-captain। আহৰণ কৰা হৈছে: 30 December 2014. 
  2. "Kohli named RCB skipper for IPL 6". Royal Challengers. 20 February 2013. Archived from the original on 21 April 2015. https://web.archive.org/web/20150421172536/http://www.royalchallengers.com/news/virat-kohli-to-captain-rcb. 
  3. "Virat Kohli | Cricket Players and Officials". ESPN Cricinfo. http://www.espncricinfo.com/ci/content/player/253802.html। আহৰণ কৰা হৈছে: 29 July 2012. 
  4. Virat Kohli's whirlwind knock shatters ODI record books | India vs Australia Series, 2013–14 – News | NDTVSports.com. Sports.ndtv.com. Retrieved on 2013-12-23.
  5. 5.0 5.1 5.2 http://www.espncricinfo.com/india-v-australia-2013-14/content/story/684111.html. Reverted on 2nd november 2013
  6. "Virat Kohli wins ICC one-day player of the year award". IndiaToday. http://indiatoday.intoday.in/story/virat-kohli-wins-icc-one-day-player-of-the-year-award/1/217490.html। আহৰণ কৰা হৈছে: 16 September 2012. 
  7. "Kohli and Ajmal top ODI rankings". ESPNcricinfo. 3 November 2013. http://www.espncricinfo.com/ci-icc/content/story/685413.html। আহৰণ কৰা হৈছে: 3 November 2013. 
  8. "Man of the Series Virat Kohli pleased with World T20 outing". IBN Live. 6 April 2014. Archived from the original on 8 April 2014. https://web.archive.org/web/20140408202846/http://ibnlive.in.com/news/cricketnext/man-of-the-series-virat-kohli-pleased-with-world-t20-outing/463101-78.html। আহৰণ কৰা হৈছে: 6 April 2014. 
  9. Ind vs Aus Stats: Virat Kohli scores fastest ton by an Indian in ODIs | India vs Australia Series, 2013–14 – News | NDTVSports.com. Sports.ndtv.com. Retrieved on 2013-12-23.
  10. "Records | One-Day Internationals | Batting records | Fastest to 1000 runs | ESPN Cricinfo". Stats.espncricinfo.com. http://stats.espncricinfo.com/ci/content/records/283174.html। আহৰণ কৰা হৈছে: 29 July 2012. 
  11. "Records | One-Day Internationals | Batting records | Fastest to 3000 runs | ESPN Cricinfo". Stats.espncricinfo.com. http://stats.espncricinfo.com/ci/content/records/283178.html। আহৰণ কৰা হৈছে: 29 July 2012. 
  12. "Records | One-Day Internationals | Batting records | Fastest to 4000 runs | ESPN Cricinfo". Stats.espncricinfo.com. http://stats.espncricinfo.com/india/content/records/283157.html। আহৰণ কৰা হৈছে: 2013-04-11. 
  13. http://stats.espncricinfo.com/wi/content/records/283182.html
  14. http://www.thehindu.com/sport/cricket/virat-kohli-quickest-to-reach-6000-runs-in-odi/article6582420.ece%7C India vs Sri Lanka Series, 2014– News | the hindu.com]. Retrieved on 2014-11-10.
  15. Menon, Mohandas (14 March 2012). "Virat fastest to 10th 100". The Telegraph (Calcutta, India). http://www.telegraphindia.com/1120314/jsp/sports/story_15247935.jsp#.UNnALuQ3vEg. 
  16. "Kohli tops Anwar's record, becomes fastest to score 15 tons". The Hindustan Times. 25 July 2013. Archived from the original on 26 July 2013. https://web.archive.org/web/20130726205604/http://www.hindustantimes.com/Cricket/CricketNews/Kohli-tops-Anwar-s-record-becomes-fastest-to-score-15-tons/Article1-1098340.aspx। আহৰণ কৰা হৈছে: 27 July 2013. 
  17. http://us.india.com/top-n/virat-kohlis-20th-odi-century-5-things-you-need-to-know-174958/
  18. "Cricket Records | Records | 2010 | One-Day Internationals | Most runs | ESPN Cricinfo". Stats.espncricinfo.com. http://stats.espncricinfo.com/ci/engine/records/batting/most_runs_career.html?class=2;id=2010;type=year। আহৰণ কৰা হৈছে: 2013-04-11. 
  19. "Cricket Records | Records | 2011 | One-Day Internationals | Most runs | ESPN Cricinfo". Stats.espncricinfo.com. http://stats.espncricinfo.com/ci/engine/records/batting/most_runs_career.html?class=2;id=2011;type=year। আহৰণ কৰা হৈছে: 2013-04-11. 
  20. "Cricket Records | Records | 2012 | One-Day Internationals | Most runs | ESPN Cricinfo". Stats.espncricinfo.com. http://stats.espncricinfo.com/ci/engine/records/batting/most_runs_career.html?class=2;id=2012;type=year। আহৰণ কৰা হৈছে: 2013-04-11. 
  21. "Cricket Records | Records | 2012 | One-Day Internationals | Most runs | ESPN Cricinfo". Stats.espncricinfo.com. http://stats.espncricinfo.com/ci/engine/records/batting/most_runs_career.html?class=2;id=2013;type=year। আহৰণ কৰা হৈছে: 2013-12-19. 
  22. http://stats.espncricinfo.com/ci/engine/records/batting/most_runs_career.html?class=2;id=2014;type=year
  23. Records | One-Day Internationals | Batting records | Most runs in a calendar year | ESPN Cricinfo
  24. "Cricket Records | Records | 2012 | Test matches | Most runs | ESPN Cricinfo". Stats.espncricinfo.com. 1970-01-01. http://stats.espncricinfo.com/ci/engine/records/batting/most_runs_career.html?class=1;id=2012;type=year। আহৰণ কৰা হৈছে: 2013-04-11. 
  25. "Cricket Records | Records | 2010 | One-Day Internationals | Most hundreds | ESPN Cricinfo". Stats.espncricinfo.com. http://stats.espncricinfo.com/ci/engine/records/batting/most_hundreds_career.html?class=2;id=2010;type=year। আহৰণ কৰা হৈছে: 2013-04-11. 
  26. "Cricket Records | Records | 2011 | One-Day Internationals | Most hundreds | ESPN Cricinfo". Stats.espncricinfo.com. http://stats.espncricinfo.com/ci/engine/records/batting/most_hundreds_career.html?class=2;id=2011;type=year। আহৰণ কৰা হৈছে: 2013-04-11. 
  27. "Cricket Records | Records | 2012 | One-Day Internationals | Most hundreds | ESPN Cricinfo". Stats.espncricinfo.com. http://stats.espncricinfo.com/ci/engine/records/batting/most_hundreds_career.html?class=2;id=2012;type=year। আহৰণ কৰা হৈছে: 2013-04-11. 
  28. http://stats.espncricinfo.com/ci/engine/records/batting/most_hundreds_career.html?class=2;id=2014;type=year
  29. "Virat Kohli breaks Test captaincy world record". Cricketnext (IBN Live). 8 January 2015. Archived from the original on 10 January 2015. https://web.archive.org/web/20150110192943/http://ibnlive.in.com/news/cricketnext/virat-kohli-breaks-test-captaincy-world-record/521874-78.html। আহৰণ কৰা হৈছে: 9 January 2015. 
  30. "India's Virat Kohli is Player of ICC World Twenty20 2014". http://zeenews.india.com/sports/cricket/icc-t20-world-cup-2014/india-s-kohli-is-player-of-icc-world-t20_784371.html। আহৰণ কৰা হৈছে: 6 April 2014. 
  31. "Virat Kohli named ICC ODI Player of the Year". Times of India. 15 September 2012. Archived from the original on 5 November 2013. https://web.archive.org/web/20131105112641/http://articles.timesofindia.indiatimes.com/2012-09-15/top-stories/33862024_1_virat-kohli-icc-odi-cricketer-sir-garfield-sobers-trophy। আহৰণ কৰা হৈছে: 16 September 2012. 
  32. "Arjuna Award for Virat Kohli". NDTV. 13 August 2013. Archived from the original on 16 August 2013. https://web.archive.org/web/20130816002132/http://sports.ndtv.com/othersports/othersports/212289-arjuna-for-kohli-sindhu-sodhi-gets-khel-ratna। আহৰণ কৰা হৈছে: 16 August 2013. 
  33. "Virat Kohli to get Arjuna Award". Mid-day. 13 August 2013. http://www.mid-day.com/sports/2013/aug/130813-sports-virat-kohli-pv-sindhu-to-get-arjuna-award-shooter-ronjan-sodhi-khel-ratna.htm। আহৰণ কৰা হৈছে: 16 August 2013.