সমললৈ যাওক

শিখৰ ধৱন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিখৰ ধৱন
{{{imagealt}}}
ব্যক্তিগত তথ্য
জন্ম ৫ ডিচেম্বৰ, ১৯৮৫ (৪০ বছৰ)
দিল্লী, ভাৰত
উপনাম গব্বৰ[1]
বেটিং শৈলী বাওঁহতীয়া
বলিং শৈলী সোঁহতীয়া অফ ব্ৰে'ক
ভূমিকা অ'পেনাৰ
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল ভাৰত
টেষ্ট অভিষেক (কেপ ২৭৭) ১৪ মাৰ্চ ২০১৩ বনাম অষ্ট্ৰেলিয়া
অন্তিম টেষ্ট ১৭ ডিচেম্বৰ ২০১৪ বনাম অষ্ট্ৰেলিয়া
অ'ডিআই অভিষেক (কেপ ১৮৮) ২০ অক্টোবৰ ২০১০ বনাম অষ্ট্ৰেলিয়া
অন্তিম অ'ডিআই ১০ মাৰ্চ ২০১৫ v আয়াৰলেণ্ড
অ'ডিআই চোলা নং. ২৫
টি২০ অভিষেক (কেপ ৩৬) ৪ জুন ২০১১ বনাম ৱেষ্ট ইণ্ডিজ
অন্তিম আন্তৰ্জাতিক টি২০ ৭ চেপ্তেম্বৰ ২০১৪ বনাম ইংলেণ্ড
ঘৰুৱা দলৰ তথ্য
বছৰ দল
২০০৪-বৰ্তমান দিল্লী (squad no. ২৫)
২০০৮ দেল্হি ডে'ৰডেভিল্‌ছ (squad no. ২৫)
২০০৯–২০১০ মুম্বাই ইণ্ডিয়ান্‌ছ (squad no. ১৬)
২০১১–২০১২ ডেক্কান চাৰ্জাৰ্ছ (squad no. ২৫)
২০১৩-বৰ্তমান ছানৰাইজাৰ্ছ হায়দৰাবাদ (squad no. ২৫)
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা টেষ্ট ODI FC LA
মুঠ খেল ১৩ ৫৭ ৯৫ ১৫৭
ৰাণ ৮২৩ ২,৩২৮ ৬,৫১৩ ৬,৫১২
বেটিং গড় ৩৫.৭৮ ৪৩.৯২ ৪৪.০০ ৪৭.১৮
শতক/অৰ্ধশতক ২/২ ৮/১২ ১৮/২৬ ১৯/৩৪
সৰ্বোচ্চ ৰাণ ১৮৭ ১৩৭ ১৮৭ ২৪৮
বল ৩০ ২৭৪ ২৭২
উইকেট
বলিং গড় ৪৪.৩৩ ২৭.৬৬
এক ইনিংছত ৫টা উইকেট
এখন খেলত ১০টা উইকেট n/a
শ্ৰেষ্ঠ বলিং ২/৩০ ২/২২
কেচ্চ/ষ্টাম্পিং ১৩/– ২৪/– ৯৮/– ৭৬/–
উৎস: http://www.espncricinfo.com/india/content/player/28235.html ক্ৰিকইনফ', ৬ মাৰ্চ ২০১৫

শিখৰ ধৱন (জন্ম ৫ অক্টোবৰ ১৯৮৫) ভাৰতৰ এজন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ এজন বাওঁহতীয়া অ'পেনাৰ আৰু সোঁহতীয়া অফ ব্ৰে'ক বলাৰ। ভাৰতৰ জ্যেষ্ঠ দলত খেলাৰ আগেয়ে তেওঁ ভাৰতৰ অনুৰ্দ্ধ-১৭ আৰু অনুৰ্দ্ধ-১৯ দলৰ হৈ খেলিছিল আৰু ২০০৪ চনৰ আই চি চি অনুৰ্দ্ধ-১৯ বিশ্বকাপৰ তেওঁ সৰ্বাধিক ৰাণ সংগ্ৰহকৰোঁতা আছিল। ২০০৪ চনৰ নৱেম্বৰত তেওঁ দিল্লীৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত আত্মপ্ৰকাশ কৰে।

২০১০ চনৰ অক্টোবৰত তেওঁ বিশাখাপট্টনমঅষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া আন্তৰ্জাতিকত আত্মপ্ৰকাশ কৰে। ২০১৩ চনত ম'হালিত একে দলৰ বিৰুদ্ধে তেওঁ টেষ্টত আত্মপ্ৰকাশ কৰে আৰু 'প্ৰথম টেষ্টত দ্ৰুততম শতৰাণ'ৰ অভিলেখ গঢ়ে। ৮৫ বলত তেওঁ শতৰাণ সম্পূৰ্ণ কৰে আৰু ১৭৪ বলত ১৮৭ ৰাণ কৰি আউট হয়।[2] ২০১৩ চনৰ আই চি চি চেম্পিয়ন্‌ছ ট্ৰফীত তেওঁ সৰ্বাধিক ৰাণ সংগ্ৰহকৰোঁতা হিচাপে পৰিগণিত হয়া আৰু ভাৰতে বিজয় সাব্যস্ত কৰে। ২০১৩ চনৰ আগষ্ট মাহত তেওঁ ভাৰত এ দলৰ হৈ দক্ষিণ আফ্ৰিকা এ দলৰ বিৰুদ্ধে প্ৰিটোৰিয়াত ১৫০ বলত ২৪৮ ৰাণৰ ইনিংছ খেলে আৰু ই প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দ্বিতীয় সৰ্বোচ্চ ব্যক্তিগত স্ক'ৰ।[3] ২০১৪ চনৰ নৱেম্বৰত তেওঁ সবাতোকৈ কম এদিনীয়া খেলত ২,০০০ ৰাণ সম্পূৰ্ণ কৰা ভাৰতীয় হিচাপে পৰিগণিত হয়।[4]


আন্তঃৰাষ্ট্ৰীয় শতৰাণ

[সম্পাদনা কৰক]
  • ৰাণ শীৰ্ষক স্তম্ভত * চিহ্নই অপৰাজিত (নট আউট) সূচাইছে।
  • খেল শীৰ্ষক স্তম্ভই তেওঁৰ কেৰিয়াৰৰ খেলৰ ক্ৰমিক নং সূচাইছে।

টেষ্ট শতৰাণ

[সম্পাদনা কৰক]
শিখৰ ধৱনৰ টেষ্ট শতৰাণ
#ৰাণখেলবিপক্ষচহৰ/দেশস্থানচনH/A/Nফলাফল
১৮৭ অষ্ট্ৰেলিয়াভাৰত ম'হালি, ভাৰতপঞ্জাব ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়াম২০১৩Homeবিজয়ী
১১৫ নিউজিলেণ্ডনিউজিলেণ্ড অকলেণ্ড, নিউজিলেণ্ডইডেন পাৰ্ক২০১৪Awayপৰাস্ত

এদিনীয়া শতৰাণ

[সম্পাদনা কৰক]
শিখৰ ধৱনৰ এদিনীয়া শতৰাণ
#ৰাণখেলবিপক্ষচহৰ/দেশস্থানচনH/A/Nফলাফল
১১৪ দক্ষিণ আফ্ৰিকাৱেলছ কাৰ্ডিফ, ৱেল্‌ছSWALEC ষ্টেডিয়াম২০১৩Neutralবিজয়ী
১০২* ৱেষ্ট ইণ্ডিজইংলেণ্ড লণ্ডন, ইংলেণ্ডদ্য অ'ভেল২০১৩Awayবিজয়ী
১১৬১৭ জিম্বাৱৱেজিম্বাৱৱে হাৰাৰে, জিম্বাবৱেহাৰাৰে স্প'ৰ্ট্‌ছ ক্লাব২০১৩Awayবিজয়ী
১০০২৪ অষ্ট্ৰেলিয়াভাৰত নাগপুৰ, ভাৰতবিদৰ্ভ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়াম২০১৩Homeবিজয়ী
১১৯২৮ ৱেষ্ট ইণ্ডিজভাৰত কাণপুৰ, ভাৰতগ্ৰীণ পাৰ্ক ষ্টেডিয়াম২০১৩Homeবিজয়ী
১১৩৪৭ শ্ৰীলংকাভাৰত কটক, ভাৰতবাৰাবতি ষ্টেডিয়াম২০১৪Homeবিজয়ী
১৩৭৫৫ দক্ষিণ আফ্ৰিকাঅষ্ট্ৰেলিয়া মেলব'ৰ্ণ, অষ্ট্ৰেলিয়ামেলব'ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড২০১৫Neutralবিজয়ী
১০০৫৮ আয়াৰলেণ্ডনিউজিলেণ্ড হেমিল্টন, নিউজিলেণ্ডছেদ্দন পাৰ্ক2015Neutralবিজয়ী

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]