ৰোহিত শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰোহিত শৰ্মা
{{{imagealt}}}
২০১৬ চনত শৰ্মা
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম ৰোহিত গুৰুনাথ শৰ্মা
জন্ম ৩০ এপ্ৰিল, ১৯৮৭ (৩৬ বছৰ)
নাগপুৰ, মহাৰাষ্ট্ৰ, ভাৰত
উপনাম ৰো-হিত, হিটমেন, Brothaman
উচ্চতা 5 ফুট 10 ইঞ্চি (1.8 মিটাৰ)
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী সোঁহহতীয়া অফ ব্ৰেক
ভূমিকা অ'পেনিং বেট্‌ছমেন
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল ভাৰত
টেষ্ট অভিষেক (মুঠ খেল ২৭৮) ৬ নৱেম্বৰ ২০১৩ বনাম ৱেষ্ট ইণ্ডিজ
ODI অভিষেক (মুঠ খেল ১২৬) ২৩ জুন ২০০৭ ২০০৭ বনাম আয়াৰলেণ্ড
টি২০ অভিষেক (মুঠ খেল ১৭) ১৯ চেপ্তেম্বৰ ২০০৭ বনাম ইংলেণ্ড
ঘৰুৱা দলৰ তথ্য
বছৰ দল
২০০৬/০৭–বৰ্তমান মুম্বাই
২০০৮–২০১০ ডেক্কান চাৰ্জাৰ্চ
২০১১–বৰ্তমান মুম্বাই ইণ্ডিয়ান্‌ছ
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা টেষ্ট ODI FC LA
মুঠ খেল ১৩২ ৮৭ ১৯৩
ৰাণ ৫৭০ ৪,০৩৩ ১১,৩৭২ ৫,৯২৪
বেটিং গড় ৪০.৭১ ৩৮.৭৭ ৫৭.৭৬ ৩৮.২১
শতক/অৰ্ধশতক ২/২ ৬/২৫ ১৮/২১ ৮/৩৬
সৰ্বোচ্চ ৰাণ ১৭৭ ২৬৪ ৩০৯* ২৬৪
বল ৩২৮ ৫৮৭ ১,৯৮৪ ১,৩৪৩
উইকেট ২৪ ৩০
বলিং গড় ৯৮.৫০ ৬৩.০০ ৪৪.৪১ ৩৭.৬৬
এক ইনিংছত ৫টা উইকেট
এখন খেলত ১০টা উইকেট n/a n/a n/a
শ্ৰেষ্ঠ বলিং ১/২৬ ২/২৭ ৪/৪১ ৪/২৮
কেচ্চ/ষ্টাম্পিং ১০/– ৩৮/– ৫১/– ৬৬/–
উৎস: ক্ৰিকইনফ', ৬ মাৰ্চ ২০১৫

ৰোহিত গুৰুনাথ শৰ্মা (জন্ম ৩০ এপ্ৰিল ১৯৮৭) এজন ভাৰতীয় ক্ৰিকেটাৰ। সোঁহতীয়া বেট্‌ছমেন আৰু সোঁহতীয়া অনিয়মীয়া অফ-ব্ৰেক বলাৰজনে ঘৰুৱা ক্ৰিকেটত মুম্বাইৰ হৈ খেলে। ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত তেওঁ মুম্বাই ইণ্ডিয়ান্‌ছ দলৰ অধিনায়ক আৰু তেওঁ আই পি এলৰ সফলতম বেট্‌ছমেনসকলৰ এজন।

২০০৭ চনত ২০ বছৰ বয়সতে শৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰে আৰু খুব সোনকালেই তেওঁ ভাতীয় জাতীয় দলৰ এজন স্থায়ী সদস্য হৈ পৰে। এদিনীয়া ক্ৰিকেটত প্ৰথমে তেওঁ মিডল অৰ্ডাৰ স্থানত খেলিছিল যদিও ২০১৩ চনৰপৰা তেওঁ ভাৰতীয় দলৰ অ'পেনাৰ হিচাপে খেলিবলৈ লয় আৰু সফলতা অৰ্জন কৰে। ২০১৩ চনৰ নৱেম্বৰত নিজৰ কেৰিয়াৰৰ প্ৰথম দুখন টেষ্টত তেওঁ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে একেলেথাৰিয়ে দুটা শতৰাণ অৰ্জন কৰে। তেওঁ কলকাতাইডেন গাৰ্ডেনত অনুষ্ঠিত অভিষেক টেষ্টত ১৭৭ ৰাণ আৰু তাৰ পাছৰখন টেষ্টত মুম্বাইৱানখেড়ে ষ্টেডিয়ামত তেওঁ ১১১* ৰাণৰ ইনিংছ খেলে।[1][2]

২০১৪ চনৰ ১৩ নৱেম্বৰত কলকাতাইডেন গাৰ্ডেনত তেওঁ শ্ৰীলংকাৰ বিৰুদ্ধে এখন এদিনীয়া খেলত ২৬৪ ৰাণৰ বিশাল ইনিংছ খেলে। এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটৰ ইতিহাসত ইয়ে বৰ্তমানলৈকে সৰ্বাধিক ব্যক্তিগত স্ক'ৰ।[3]

অভিলেখ আৰু কৃতিত্ব[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Eden special for me, says Rohit Sharma". The Times of India. PTI. 7 November 2013. http://timesofindia.indiatimes.com/sports/cricket/series-tournament/west-indies-in-india-2013/top-stories/Eden-special-for-me-says-Rohit-Sharma/articleshow/25390032.cms। আহৰণ কৰা হৈছে: 2014-02-23. 
  2. "Rohit debut ton, Ashwin fifty lift India". ESPN Cricinfo. http://www.espncricinfo.com/india-v-west-indies-2013-14/content/current/story/686281.html। আহৰণ কৰা হৈছে: 2013-11-07. 
  3. 3.0 3.1 "Records / One-Day Internationals / Batting records / Most runs in an innings". ESPNcricinfo. http://stats.espncricinfo.com/ci/content/records/216972.html। আহৰণ কৰা হৈছে: 13 November 2014. 
  4. "Most runs from fours and sixes in an innings". ESPNCricinfo. http://stats.espncricinfo.com/ci/content/records/283133.html। আহৰণ কৰা হৈছে: 14 November 2014. 
  5. "Records / One-Day Internationals / Batting records / Most fours in an innings". ESPNcricinfo. http://stats.espncricinfo.com/ci/content/records/284017.html। আহৰণ কৰা হৈছে: 13 November 2014. 
  6. "Most sixes in an innings". ESPNCricinfo. http://stats.espncricinfo.com/ci/content/records/283127.html। আহৰণ কৰা হৈছে: 14 November 2014. 
  7. Siddhartha Talya (6 May 2009). "Sharma heroics ensure Deccan win". ESPNCricinfo. http://www.espncricinfo.com/ipl2009/content/story/403244.html। আহৰণ কৰা হৈছে: 2014-02-23. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]