জিতু ৰায়
জিতু ৰায় | |||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | ||||||||||||||||||||||||||||||||||||||||||
জন্ম | ২৬ আগষ্ট, ১৯৮৭ (৩৫ বছৰ)[1] শংখোৱাসাভা, নেপাল | ||||||||||||||||||||||||||||||||||||||||||
উচ্চতা | 5 ফুট 3 ইঞ্চি (160 cm) | ||||||||||||||||||||||||||||||||||||||||||
ওজন | ৬৮ kg | ||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | |||||||||||||||||||||||||||||||||||||||||||
দেশ | ভাৰত | ||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | শ্বুটিং | ||||||||||||||||||||||||||||||||||||||||||
শিতান | ১০ মিটাৰ Air পিষ্টল ৫০ মিটাৰ Air পিষ্টল | ||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
জিতু ৰায় (জন্ম: ২৬ আগষ্ট, ১৯৮৭) এজন নেপালী মূলৰ ভাৰতীয় শ্বুটাৰ। তেওঁ সাধাৰণতে ১০ মিটাৰ Air পিষ্টল আৰু ৫০ মিটাৰ Air পিষ্টল ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰে। ভাৰত চৰকাৰে ক্ৰীড়াক্ষেত্ৰত তেওঁৰ অনবদ্য অৱদানৰ বাবে তেওঁক ২০১৫-১৬ বৰ্ষৰ ৰাজীৱ গান্ধী খেলৰত্ন বঁটা প্ৰদান কৰিছে।[2]
প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]
কৰ্মজীৱন[সম্পাদনা কৰক]
গ্ৰীষ্মকালীন অলিম্পিক[সম্পাদনা কৰক]
Year | Event | Rank | Notes |
---|---|---|---|
ৰিঅ ২০১৬ | |||
১০ মিটাৰ air পিষ্টল | ৮ | ||
৫০ মিটাৰ air পিষ্টল | ১২ |