সমললৈ যাওক

২৬ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

২৬ আগষ্ট (ইংৰাজী: 26 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৮তম (অধিবৰ্ষত ২৩৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ৫৫ খ্ৰীষ্টপূৰ্ব - ইংলেণ্ডত প্ৰথমবাৰৰ বাবে জুলিয়াছ ছিজাৰে পদাৰ্পন কৰিছিল।
  • ১৩০৩ - আলাউদ্দিন খিলিজীয়ে চিতোৰ দুৰ্গ দখল কৰে।
  • ১৯০৭ - ভাৰতৰ প্ৰসিদ্ধ লো-তীখা কোম্পানী 'টাটা আইৰন এণ্ড ষ্টীল কোম্পানী’ পঞ্জীয়নভুক্ত হয়।
  • ১৯৪৩ - আনুষ্ঠানিকভাৱে আজাদ হিন্দ ফৌজৰ জন্ম হয়।
  • ২০০২ - প্ৰচাৰ ভাৰতীত থলুৱা যুৱকক নিযুক্তিৰ ক্ষেত্ৰত প্ৰৱঞ্চনাৰ অভিযোগত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত বিক্ষোভৰ সৃষ্টি হয়। এই বিক্ষোভৰ ফলত প্ৰায় পোন্ধৰ লাখ টকাৰ ক্ষতি সাধন হয়।
  • ১৬৭৬ - ৰবাৰ্ট ৱালপ'ল, ব্ৰিটেইনৰ প্ৰথম প্ৰধানমন্ত্ৰী।
  • ১৭৪৩ - এণ্টনী ল’ৰেণ্ট লেভ’ইছিয়েৰ, আধুনিক ৰসায়ন শাস্ত্ৰৰ বাটকটীয়া ফৰাচী বিজ্ঞানী।
  • ১৮৭৩ - লী ডি ফৰেষ্ট, বিজ্ঞানী, ট্ৰায়ড আৰু ফোন'ফিল্মৰ উদ্ভাৱক।
  • ১৯০৬ - এলবাৰ্ট ছাবিন, চিকিৎসা বিজ্ঞানী, মুখেৰে খোৱা পলিঅ' প্ৰতিষেধকৰ উদ্ভাৱক।
  • ১৯১০ - মাদাৰ টেৰেছা, 'মিছনেৰীজ অফ চেৰিটি'ৰ প্ৰতিষ্ঠাতা তথা ভাৰতৰত্ন সন্মানেৰে বিভূষিত। তাইৰ যুগোশ্লাভিয়াৰ আদ্ৰিয়াটিক সাগৰৰ পাৰত স্কোপজে চহৰত জন্ম হৈছিল।
  • ১৯২১ - মেক্সিম ফেগেট, আমেৰিকান মহাকাশযানৰ অভিযন্তা।
  • ১৯৫৬ - মেনকা গান্ধী, ভাৰতীয় ৰাজনীতিবিদ তথা পশু অধিকাৰ কৰ্মী তথা পৰিৱেশবিদ।
  • ১৯৫৯ - কেথৰিন পি হায়াৰ, নাছাৰ মহিলা মহাকাশচাৰী।
  • ১৯৬৮ - মধুৰ ভাণ্ডাৰকৰ, কথাছবি নিৰ্মাতা আৰু পৰিচালক।
  • ১৯৭৩ - ইন্দৰ কুমাৰ, বলীউডৰ অভিনেতা। (মৃ্ঃ ১৮ জুলাই, ২০১৭)
  • ১৭১৩ - ডেনিছ পাপিন (Denis Papin), পদাৰ্থ বিজ্ঞানী, প্ৰেচাৰ কুকাৰৰ উদ্ভাৱক।
  • ১৭২৩ - লিউৱেনহুক, ডাচ্ছ্ বিজ্ঞানী, প্ৰথমজন অণুজীৱ বিজ্ঞানী, অণুজীৱ বিজ্ঞান বা মাইক্ৰ'বায়'লজিৰ পিতৃপুৰুষ, বেক্টেৰিয়া আৰু অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰক।
  • ১৮৫০ - লুইছ-ফিলিপ-১, ফ্ৰান্সৰ ৰজা।
  • ১৯০৮ - ফ্ৰেইড্ৰিক মেইচছাৰ (Friedrich Miescher), চুইছ জীৱ বিজ্ঞানী, নিউক্লিক এছিডৰ আৱিষ্কাৰক।
  • ১৯১০ - ৱিলিয়াম জেমছ, আমেৰিকাৰ প্ৰখ্যাত দাৰ্শনিক আৰু মনোবিজ্ঞানী।
  • ২০১২ - অৱতাৰ কিষাণ হাঙ্গল, স্বাধীনতা সংগ্ৰামী আৰু অভিনেতা।
  • অসমীয়া সাহিত্যিক গুণাভিৰাম বৰুৱাৰ স্মৃতি দিৱস।
  • মহিলা সমতা দিৱস (যুক্তৰাষ্ট্ৰ)।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]