২৫ এপ্ৰিল
Jump to navigation
Jump to search
২৫ এপ্ৰিল দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১৫ তম (অধিবৰ্ষত ১১৬ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্ম[সম্পাদনা কৰক]
- ১৯৭০ চনৰ আজিৰ দিনটোতে অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ জন্ম হৈছিল।