২৪ ছেপ্টেম্বৰ
Jump to navigation
Jump to search
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
২০২১ |
২৪ ছেপ্টেম্বৰ (ইংৰাজী: 24 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৭তম (অধিবৰ্ষত ২৬৮তম) দিন। বছৰ শেষ হ'বলৈ ৯৮ দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৭২৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কলকাতা, চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা অনুমতি লাভ কৰে।
- ১৮৯৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে প্ৰখ্যাত ফৰাচী চিকিৎসক তথা শৰীৰবিদ আন্দ্ৰে ফ্ৰেডেৰিক কৰনাদৰ জন্ম হয়।
- ১৯০৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ চিকিৎসা বিজ্ঞানী নীলছ ৰাইবাৰ্গ ফিনছেনৰ মৃত্যু ঘটে। ফটোথেৰাপী আৱিষ্কাৰৰ বাবে তেওঁৰ নাম বিশেষভাৱে বিখ্যাত।
- ১৯২৪ চনৰ আজিৰ দিনটোতে জাতীয়তাবাদী কংগ্ৰেছৰ বিশিষ্ট শ্ৰমিক নেতা কৃষ্ণকুমাৰ শুক্লাৰ জন্ম হয়।
- ১৯৬১ চনৰ আজিৰ দিনটোতে ৰাজনৈতিক কৰ্মী মাডাম ভিখাজী কামাৰ জন্ম হয়।
- ১৯৯৯ চনৰ আজিৰ দিনটোতে অসমৰ পৰা অপহৃত বিজেপি প্ৰাৰ্থী পান্নালাল অছোৱালৰ আততায়ীৰ হাতত মৃত্যু হয়।
- ২০০১ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা বিন লাডেনৰ সম্পত্তি বাজেয়াপ্ত কৰা হয়।
- ২০০২ চনৰ আজিৰ দিনটোতে গুজৰাটৰ গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত দুজন উগ্ৰপন্থীসহ ২৬জন লোকৰ মৃত্যু হয়।
- ২০০৭ চনৰ আজিৰ দিনটোতে প্ৰথম টুৱেণ্টী ২০ বিশ্বকাপ ক্ৰিকেটত পাকিস্তানক ৫ ৰানত পৰাজিত কৰি ভাৰত চেম্পিয়ন হয়।
- ২০১৩ চনৰ আজিৰ দিনটোতে পাকিস্তানত সংঘটিত হয় এক ভয়াবহ ভূমিকম্পৰ। এই ভূমিকম্পৰ ফলতপাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ সাগৰ তীৰত থকা এটা সৰু দ্বীপ ‘যলযলা জাযীৰা’-ৰ সৃষ্টি হয়।