সমললৈ যাওক

হিমাংশু প্ৰসাদ দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা


হিমাংশু প্ৰসাদ দাস
ৰাষ্ট্ৰীয়তা ভাৰত
নাগৰিকত্ব ভাৰতীয়
শিক্ষানুষ্ঠান কটন কলেজ, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়
পেচা চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক


হিমাংশু প্ৰসাদ দাস (ইংৰাজী: Himanshu Prasad Das) অসমৰ এগৰাকী কবি, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক। তেওঁ‌ বিশেষকৈ অসমৰ অপেছাদাৰী নাটকৰ লগত জড়িত। তেওঁ ৰচনা আৰু আবৃত্তি কৰা এই ছোৱালী এবাৰ ভালপাই চাবা নেকি শীৰ্ষক কবিতাটিয়ে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। ছাকিৰা আহিব বকুলতলৰ বিহুলৈ তেওঁ পৰিচালনা কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ।[1]

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৮২ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে দক্ষিণ কামৰূপৰ আমৰাংগা বৰিহাটত হিমাংশু প্ৰসাদ দাসৰ জন্ম হয় । তেওঁৰ পিতৃৰ নাম সমুদ্ৰনাথ দাস। আমৰাংগা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰা দাসে কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ পাছত তেওঁ দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা ২০০৮ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।

কৰ্মৰাজী

[সম্পাদনা কৰক]
  1. "হিমাংশু প্ৰসাদ দাসৰ সৈতে সাক্ষাৎকাৰ". সাক্ষাৎকাৰ. ফটাঢোল. ১ আগষ্ট, ২০২০. Archived from the original on 2024-05-22. https://web.archive.org/web/20240522171139/https://fotadhol.com/?p=15083। আহৰণ কৰা হৈছে: 22 মে' 2024.