৫ আগষ্ট
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২১ |
৫ আগষ্ট (ইংৰাজী: 5 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৭তম (অধিবৰ্ষত ২১৮তম) দিন। বছৰ শেষ হ'বলৈ ১৪৮ দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্ম[সম্পাদনা কৰক]
- ১৯৩০ চনৰ এই দিনটোতে প্ৰখ্যাত আমেৰিকাৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰংৰ জন্ম হৈছিল (মৃত্যু: ২৫ আগষ্ট ২০১২)।
- ১৮৫০ চনৰ এই দিনটোত দ্য মোপাছাঁৰ জন্ম হৈছিল।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৫০ চনৰ এই দিনটোতে গোপীনাথ বৰদলৈৰ (জন্ম:৬ জুন ১৮৯০) মৃত্যু হৈছিল। তেখেতে আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী।
- ১৯৬২ চনৰ এই দিনটোতে মেৰিলিন মন্ৰ'ৰ মৃত্যু হৈছিল (জন্ম:১ জুন ১৯২৬)। তেখেত এগৰাকী প্ৰখ্যাত আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল আছিল।
- ১৯৯৮ চনৰ এই দিনটোত অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ মৃত্যু হৈছিল (জন্ম: ২৯ আগষ্ট, ১৯২৫)।
ক্ৰীড়া[সম্পাদনা কৰক]
- ২০১২ চনত হোৱা প্ৰথম ৰাউণ্ডৰ বিশ্বৰ তৃতীয়খন মহিলাৰ অলিম্পিকৰ মুষ্টিযুদ্ধ খেলত মেৰী কমে পোলেণ্ডৰ কেৰলিনা মিচেলচ্জাক (Karolina Michalczuk)-ক ১৯-১৪ -ত পৰাস্ত কৰে।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৫ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|