৫ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

৫ আগষ্ট (ইংৰাজী: 5 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৭তম (অধিবৰ্ষত ২১৮তম) দিন। বছৰ শেষ হ'বলৈ ১৪৮ দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-


জন্ম[সম্পাদনা কৰক]

  1. ১৯৩০ চনৰ এই দিনটোতে প্ৰখ্যাত আমেৰিকাৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰংৰ জন্ম হৈছিল (মৃত্যু: ২৫ আগষ্ট ২০১২)।
  2. ১৮৫০ চনৰ এই দিনটোত দ্য মোপাছাঁৰ জন্ম হৈছিল।

মৃত্যু[সম্পাদনা কৰক]

  1. ১৯৫০ চনৰ এই দিনটোতে গোপীনাথ বৰদলৈৰ (জন্ম:৬ জুন ১৮৯০) মৃত্যু হৈছিল। তেখেতে আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী।
  2. ১৯৬২ চনৰ এই দিনটোতে মেৰিলিন মন্‌ৰ'ৰ মৃত্যু হৈছিল (জন্ম:১ জুন ১৯২৬)। তেখেত এগৰাকী প্ৰখ্যাত আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল আছিল।
  3. ১৯৯৮ চনৰ এই দিনটোত অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ মৃত্যু হৈছিল (জন্ম: ২৯ আগষ্ট, ১৯২৫)।

ক্ৰীড়া[সম্পাদনা কৰক]

  1. ২০১২ চনত হোৱা প্ৰথম ৰাউণ্ডৰ বিশ্বৰ তৃতীয়খন মহিলাৰ অলিম্পিকৰ মুষ্টিযুদ্ধ খেলত মেৰী কমে পোলেণ্ডৰ কেৰলিনা মিচেলচ্‌জাক (Karolina Michalczuk)-ক ১৯-১৪ -ত পৰাস্ত কৰে।


বাহ্যিক সংযোগ[সম্পাদনা কৰক]