জুলাই
অৱয়ব
| << | জুলাই | >> | ||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ৪ | ৫ | ||
| ৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
| ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
| ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
| ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
| ২০২৫ | ||||||
জুলাই গ্ৰেগৰীয় বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ সপ্তম মাহ। এই মাহত মুঠ ৩১ দিন।
নামকৰণ
[সম্পাদনা কৰক]ৰোমান সেনাপতি জুলিয়াছ চিজাৰ এই মাহত জন্মগ্ৰহণ কৰিছিল। সেয়ে তেওঁৰ নামানুসাৰে এই মাহৰ নাম জুলাই ৰখা হৈছে।
প্ৰতীক
[সম্পাদনা কৰক]

ৰাশিবোৰ হ’ল কৰ্কট ৰাশি (২২ জুলাইলৈকে) আৰু সিংহ ৰাশি (২৩ জুলাইৰ পৰা)।[1][2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]
| ||||||||||||||||||||||||||||||||||||||||||||
- ↑ The Earth passed the junction of the signs at 08:36 UT/GMT July 22, 2020, and will pass it again at 14:26 UT/GMT July 22, 2021.
- ↑ Astrology Calendar, https://www.yourzodiacsign.com/calendar/. Signs in UT/GMT for 1950–2030.