জুলিয়াছ চিজাৰ
Jump to navigation
Jump to search
জুলিয়াছ চিজাৰ Gaius Julius Caesar | |
|---|---|
দ্য স্কুলাম প'ৰ্টেইট, চিজাৰৰ জীৱনকালত নিৰ্মিত এতিয়ালৈকে বৰ্তী থকা তেওঁৰ একমাত্ৰ ভাস্কৰ্যটো | |
| ৰোমান গনতন্ত্ৰৰ সেনাধক্ষ্য | |
| কাৰ্যকাল অক্টোৱৰ খ্ৰী:পূ: ৪৯ – ১৫ মাৰ্চ খ্ৰী:পূ: ৪৪ | |
| ৰোমান গণতন্ত্ৰৰ ৰাজদূত | |
| কাৰ্যকাল ১ জানুৱাৰী খ্ৰী:পূ: ৪৪ – ১৫ মাৰ্চ খ্ৰী:পূ: ৪৪ Serving with মাৰ্ক এণ্টনি | |
| পূৰ্বসূৰী | চি. কেনিনিয়াছ ৰেবিলাছ (ছাফেক্ট) আৰু গাইউছ ট্ৰেব'নিয়াছ (ছাফেক্ট) |
| উত্তৰসূৰী | পি. কৰ্ণেলিয়াছ ডলাবেলা (ছাফেক্ট) আৰু মাৰ্ক এণ্টনি |
| কাৰ্যকাল ১ জানুৱাৰী খ্ৰী:পূ: ৪৬ – ছেপ্টেম্বৰ খ্ৰী:পূ: ৪৫ Serving with এম. এমিলাছ লেপিডাছ (খ্ৰী:পূ: ৪৬) | |
| পূৰ্বসূৰী | ক্যু. ফুফিয়াছ কালেনাছ আৰু পাব্লিয়াছ ভেটিনিয়াছ |
| উত্তৰসূৰী | ক্যু. ফেবিয়াছ মেক্সিমাছ (ছাফেক্ট) আৰু গাইউছ ট্ৰেব'নিয়াছ (ছাফেক্ট) |
| কাৰ্যকাল ১ জানুৱাৰী খ্ৰী:পূ: ৪৮ – ১ জানুৱাৰী খ্ৰী:পূ: ৪৭ Serving with পি. ছাৰভিলিয়াছ ভেটিয়া ছাউৰিকাছ | |
| পূৰ্বসূৰী | চি. ক্লাউডিয়াছ মাৰ্চেলাছ মায়ৰ আৰু এল. কৰ্ণেলিয়াছ লেণ্টুলাছ ক্ৰাছ |
| উত্তৰসূৰী | ক্যু. ফুফিয়াছ কালেনাছ আৰু পাব্লিয়াছ ভেটিনিয়াছ |
| কাৰ্যকাল ১ জানুৱাৰী খ্ৰী:পূ: ৫৯ – ১ জানুৱাৰী খ্ৰী:পূ: ৫৮ Serving with মাৰ্কাছ কেলপুৰ্ণিয়াছ বাইবুলাছ | |
| পূৰ্বসূৰী | ক্যু. চিচিলিয়াছ মেটেলাছ চেলেৰ আৰু লুচিয়াছ আফ্ৰানিয়াছ |
| উত্তৰসূৰী | এল. কেলপুৰ্ণিয়াছ পিছ' চিছ'নিনাছ আৰু আউলাছ গেবিনিয়াছ |
| ব্যক্তিগত তথ্য | |
| জন্ম | ১৩ জুলাই খ্ৰী:পূ: ১০০ ৰোম |
| মৃত্যু | ১৫ মাৰ্চ খ্ৰী:পূ. ৪৪ (৫৫ বছৰ বয়সত) ৰোম |
| সমাধিস্থল | Temple of Caesar, Rome |
| ৰাজনৈতিক দল | পপুলাৰ্চ |
| দাম্পত্যসঙ্গী |
|
| সন্তান |
|
| পিতৃ-মাতৃ | Gaius Julius Caesar and Aurelia Cotta |
জুলিয়াছ চিজাৰ (ইংৰাজী: Gaius Julius Caesar) এজন ৰোমান ৰাজনেতা, সেনাধক্ষ্য, আৰু লেটিন গদ্যৰ উল্লেখনীয় লেখক আছিল।
ইতিহাসত এওক সৱাটোকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী ব্যক্তি হিচাপে বিবেচনা কৰা হৈছিল। তেওঁ সেই সময়ৰ এটি অত্যন্ত গুৰুত্বপূৰ্ণ চৰিত্ৰ আছিল যাৰ শাসন প্ৰক্ৰিয়াই সাম্ৰাজ্য আৰু প্ৰজাতন্ত্ৰীক পৰ্যন্ত পৰিবৰ্তন কৰিছিল। খ্ৰীষ্টপূৰ্ব ৪৯ পৰ্যন্ত তেওঁ ৰোমৰ একনায়ক আছিল। কিছু ইতিহাসবিদৰ মতে তেওঁ ৰোমৰ প্ৰথম সম্ৰাট আছিল।