৯ ফেব্ৰুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮

৯ ফেব্ৰুৱাৰী (ইংৰাজী9 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪০তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৫ টা দিন (অধিবৰ্ষত ৩২৬টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

  • ১৯০০ – ডেভিছ কাপ প্ৰতিযোগিতাৰ আৰম্ভনি।
  • ১৯৭১ – এপ'ল' অভিযান: চন্দ্ৰপৃষ্ঠত তৃতীয়বাৰ অৱতৰণৰ পিছত এপ'ল' ১৪ পৃথিৱীলৈ ঘুৰি আহে।
  • ১৯৮৬ – সৌৰ জগতৰ অন্তঃভাগত হেলিৰ ধুমকেতু দেখা পোৱা গৈছিল।
  • ১৯৯৬ - ৰাসায়নিক মৌল ক'পাৰনিচিয়াম (Cn)ৰ আবিস্কাৰ।

জন্ম[সম্পাদনা কৰক]

  • ১৯৬৯ – আমেৰিকান ফুটবল খেলুৱৈ জিমি স্মিথৰ জন্ম।

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৮১ – ভাৰতৰ প্ৰাক্তন মন্ত্ৰী (External Affairs) এম. চি. ছাগ্লাৰ মৃত্যু (জন্ম ১৯০০)
  • ২০১৩ – ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্য লিখক অ'. পি. দত্তৰ মৃত্যু (জন্ন ১৯২২)

দিৱস[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]