৯ ফেব্ৰুৱাৰী
Jump to navigation
Jump to search
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ||||||
২০২১ |
৯ ফেব্ৰুৱাৰী (ইংৰাজী: 9 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৫টা দিন (অধিবৰ্ষত ৩২৬টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
- ১৯০০ – ডেভিছ কাপ প্ৰতিযোগিতাৰ আৰম্ভণি।
- ১৯৭১ – এপ'ল' অভিযান: চন্দ্ৰপৃষ্ঠত তৃতীয়বাৰ অৱতৰণৰ পিছত এপ'ল' ১৪ পৃথিৱীলৈ ঘূৰি আহে।
- ১৯৮৬ – সৌৰ জগতৰ অন্তঃভাগত হেলিৰ ধুমকেতু দেখা পোৱা গৈছিল।
- ১৯৯৬ - ৰাসায়নিক মৌল ক'পাৰনিচিয়াম (Cn)ৰ আৱিষ্কাৰ।
জন্ম[সম্পাদনা কৰক]
- ১৯৬৯ – আমেৰিকান ফুটবল খেলুৱৈ জিমি স্মিথৰ জন্ম।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৮১ – ভাৰতৰ প্ৰাক্তন মন্ত্ৰী (External Affairs) এম. চি. ছাগ্লাৰ মৃত্যু (জন্ম ১৯০০)
- ২০১৩ – ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্য লিখক অ'. পি. দত্তৰ মৃত্যু (জন্ন ১৯২২)
দিৱস[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
|