২ জুলাই
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২১ |
২ জুলাই (ইংৰাজী: 2 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৩তম (অধিবৰ্ষত ১৮৪তম) দিন। বছৰ শেষ হ'বলৈ ১৮২ দিন বাকী থাকে।
ঘটনাপঞ্জী[সম্পাদনা কৰক]
- ১৬৯৮ – থমাছ ছাভেৰীয়ে তেওঁৰ প্ৰথম ভাপ ইঞ্জিনৰ পেটেণ্ট লাভা কৰে।
- ১৮৯৭ – ইটালীৰ বিজ্ঞানী মাৰ্কনীয়ে লণ্ডনক অনাতাঁৰ যন্ত্ৰৰ বাবে পেটেণ্ট লাভ কৰে।
- ১৯৪০– ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী নেতা সুভাষ চন্দ্ৰ বসুক গ্ৰেপ্তাৰ কৰি কলিকতা কাৰাগাৰত বন্দী কৰা হয়।
- ২০০২ – অকলশৰে বেলুনত উঠি পৃথিৱী প্ৰৰিভ্ৰমণ কৰা প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হয় ষ্টিভ ফ'ছেট।
- ২০১৩ - আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘই প্ল'টোৰ চতুৰ্থ আৰু পঞ্চম উপগ্ৰহ দুটাক ক্ৰমে কাৰ্বেৰছ (Kerberos) আৰু ষ্টিক্স (Styx) নামেৰে নামকৰণ কৰে।
জন্ম[সম্পাদনা কৰক]
- ১৮৬২ – উইলিয়াম হেনৰী ব্ৰেগ: ইংৰাজ ন'বেল বঁটা বিজয়ী বিজ্ঞানী (ইংৰাজী: William Henry Bragg) (মৃত্যু. ১৯৪২)।
- ১৮৭৭ – হেৰমন্ন হেচ্ছে: জাৰ্মান ন'বেল বঁটা বিজয়ী সাহিত্যিক তথা কবি (ইংৰাজী: Hermann Hesse) (মৃত্যু ১৯৬২)।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৬১ - আৰ্নেষ্ট হেমিংৱে, আমেৰিকান উপন্যাসিক, ছুটিগল্প ৰচক আৰু সাংবাদিক।
দিৱস[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|