হেৰমান হেস
Jump to navigation
Jump to search
![]() | এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তীয় একো কাৰণ দিয়া হোৱা নাই।
|
হেৰমান কাৰ্ম হেস্ (২ জুলাই ১৮৭৭-৯ আগষ্ট ১৯৬২) আছিল জাৰ্মানীত জন্ম গ্ৰহণ কৰা এজন বিশিষ্ট কবি , উপন্যাসিক আৰু চিত্ৰকৰ। ১৯৪৬ খ্ৰীষ্টাব্দত তেওঁ সাহিত্যত ন'বেল পুৰস্কাৰ লাভ কৰে। ভাৰতীয় শ্ৰমণ দৰ্শনৰ আধাৰত ১৯২২ চনত তেওঁ জাৰ্মান ভাষাত সিদ্ধাৰ্থ নামৰ কালজয়ী উপন্যাসখনো ৰচনা কৰিছিল।
সাহিত্য কৰ্ম :
১৯০০ - হেৰমান লস্কাৰ
১৯০৬ - বিনিথ দ্য হুইল (দ্য প্ৰডিজি নামে প্ৰকাশিত)
১৯১০ - গাৰ্টুড
১৯১৪ - ইন দি ওল্ড সান
১৯১৯ - ষ্ট্ৰেঞ্জ নিউজ ফ্ৰম অ্যানাদাৰ ষ্টাৰ
১৯১৯ - ডেমিয়ান (এমিল সিনক্লেয়াৰ ছদ্মনামে প্ৰকাশিত)
১৯২২ - সিদ্ধাৰ্থ
১৯২৭ - ষ্টেপেনউলফ
১৯৩২ - জাৰ্নি টু দ্য ওয়েষ্ট
১৯৪৩ - দ্য গ্লাস বিড গেম (ম্যাজিষ্টাৰ লুডি নামে প্ৰকাশিত)