হেৰমান হেস
অৱয়ব
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
হেৰমান কাৰ্ম হেস্ (ইংৰাজী: Hermann Karl Hesse) (২ জুলাই ১৮৭৭-৯ আগষ্ট ১৯৬২) আছিল জাৰ্মানীত জন্ম গ্ৰহণ কৰা এজন বিশিষ্ট কবি, ঔপন্যাসিক আৰু চিত্ৰকৰ। ১৯৪৬ খ্ৰীষ্টাব্দত তেওঁ সাহিত্যত ন'বেল বঁটা লাভ কৰে।[1] ভাৰতীয় শ্ৰমণ দৰ্শনৰ আধাৰত ১৯২২ চনত তেওঁ জাৰ্মান ভাষাত সিদ্ধাৰ্থ নামৰ কালজয়ী উপন্যাসখনো ৰচনা কৰিছিল।
সাহিত্য কৰ্ম
[সম্পাদনা কৰক]- (১৯০০) হেৰমান লস্কাৰ
- (১৯০৬) বিনিথ দ্য হুইল (দ্য প্ৰডিজি নামে প্ৰকাশিত)
- (১৯১০) গাৰ্টুড
- (১৯১৪) ইন দি ওল্ড সান
- (১৯১৯) ষ্ট্ৰেঞ্জ নিউজ ফ্ৰম অ্যানাদাৰ ষ্টাৰ
- (১৯১৯) ডেমিয়ান (এমিল সিনক্লেয়াৰ ছদ্মনামে প্ৰকাশিত)
- (১৯২২) সিদ্ধাৰ্থ
- (১৯২৭) ষ্টেপেনউলফ
- (১৯৩২) জাৰ্নি টু দ্য ওয়েষ্ট
- (১৯৪৩) দ্য গ্লাস বিড গেম (ম্যাজিষ্টাৰ লুডি নামে প্ৰকাশিত)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Nobel Prize in Literature 1946". Nobel Foundation. http://nobelprize.org/nobel_prizes/literature/laureates/1946/index.html। আহৰণ কৰা হৈছে: 2008-10-17.