জঁ-জাক ৰুছ’

অসমীয়া ৱিকিপিডিয়াৰ পৰা


জঁ-জাক ৰুছ’

Rousseau by Maurice Quentin de La Tour, 1753 মৰিছ কেঁতাঁ দ্য লা তুৰৰ অঁকা ৰুছ'ৰ প্ৰতিকৃতি, ১৭৫৩
সম্পূৰ্ণ নাম জঁ-জাক ৰুছ’
জন্ম ২৮ জুন, ১৭১২
জেনেভা, জেনেভা প্ৰজাতন্ত্ৰ
মৃত্যু ২ জুলাই, ১৭৭৮ (৬৬ বছৰ)
Ermenonville, Kingdom of France
যুগ 18th-century philosophy
(early modern philosophy)
অঞ্চল পশ্চিমা দৰ্শন
ধাৰা সামাজিক চুক্তি
ৰোমাণ্টিচিজম
আগ্ৰহ ৰাজনৈতিক দৰ্শন, সংগীত, শিক্ষা, সাহিত্য, আত্মজীৱনী
উল্লেখযোগ্য কৰ্ম General will, amour de soi, amour-propre, moral simplicity of humanity, child-centered learning, civil religion, popular sovereignty, positive liberty, public opinion
স্বাক্ষৰ

জঁ-জাক ৰুছ’ (ফৰাচী: Jean-Jacques Rousseau; ২৮ জুন ১৭১২ – ২ জুলাই ১৭৭৮) আছিল এগৰাকী জেনেভান দাৰ্শনিক, লেখক আৰু সুৰকাৰ। তেখেতৰ ৰাজনৈতিক দৰ্শনে ইউৰোপলৈ আলোকায়ন প্ৰক্ৰিয়াক প্ৰভাবিত কৰিছে আৰু সৰ্বোপৰি ফৰাচী বিপ্লৱৰ প্ৰেক্ষাপট এবং আধুনিক ৰাজনৈতিক, অৰ্থনৈতিক চিন্তাৰ প্ৰসাৰে ভূমিকা ৰাখিছে।