সমললৈ যাওক

ফৰাচী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফৰাচী ভাষা
français
উচ্চাৰণ [fʁɑ̃sɛ]
থলুৱা অঞ্চল ফ্ৰান্স, বেলজিয়াম, চুইজাৰলেণ্ড, ম'নাক', ফৰাচীভাষী আফ্ৰিকা, কানাডা, আৰু ফ্ৰঁক'ফ'নীৰ অন্তৰ্গত অন্যান্য অঞ্চলসমূহ
স্থানীয় ভাষিক
e27
দ্বিতীয় ভাষা: সাঁচ:Sigfig নিযুত (২০১২–২০২২)[1]
সৰ্বমুঠ: সাঁচ:Sigfig নিযুত[1]
ভাষা পৰিয়াল
পূৰ্বসূৰী
লিখন প্ৰণালী লাতিন লিপি (ফৰাচী বৰ্ণমালা)
ফৰাচী ব্ৰেইল
সংকেতিক ৰূপ
সাংকেতিক ফৰাচী
(français signé)
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা



সংস্থাসমূহৰ ভিতৰত: অ'আইএফ , ইউএন , আইঅ'চি , চিজিপিএম , আইচিআৰচি , ইইউ , এইউ

and নাটো
নিয়মাধীন হয়
ভাষা সংকেত
ISO 639-1 fr
ISO 639-2 fre (B)
fra (T)
ISO 639-3 fra
গ্লোটোলগ stan1290[4]
লিংগোৱাস্ফেয়াৰ 51-AAA-i
  সেইবোৰ দেশ আৰু অঞ্চল য’ত ফৰাচী ভাষা গৰিষ্ঠসংখ্যক লোকৰ মাতৃভাষা[টোকা 1]
  সেইবোৰ দেশ আৰু অঞ্চল য’ত ফৰাচী এটা চৰকাৰী বা দে ফেক্টো চৰকাৰী ভাষা, কিন্তু সংখ্যাগৰিষ্ঠৰ মাতৃভাষা নহয়
  সেইবোৰ দেশ, অঞ্চল আৰু ভূখণ্ড য’ত ফৰাচী এটা প্ৰশাসনিক বা সাংস্কৃতিক ভাষা কিন্তু কোনো চৰকাৰী মৰ্যাদা নাই
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।

ফৰাচী ভাষা (français pronounced [fʁɑ̃sɛ] বা langue française pronounced [lɑ̃ɡ fʁɑ̃sɛːz] ) হৈছে ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত এটা ৰোমানীয় ভাষা। অন্যান্য সকলো ৰোমান্স ভাষাৰ দৰেই ফৰাচী আৰু ইয়াৰ আটাইতকৈ নিকটৱৰ্তী সম্পৰ্কীয় ভাষাসমূহ— অৰ্থাৎ ঐতিহাসিকভাৱে উত্তৰ ফ্ৰান্স আৰু দক্ষিণ বেলজিয়ামত প্ৰচলিত লঁগ দ'ইলৰোমান সাম্ৰাজ্যপ্ৰাকৃত লাটিনৰ পৰা উদ্ভৱ হৈছে। সময়ৰ লগে লগে ফৰাচী ভাষাই এই আঞ্চলিক সম্পৰ্কীয় ভাষাসমূহক বহুলাংশে প্ৰতিষ্ঠাপিত কৰে।

এই ভাষাটো উত্তৰ ৰোমান গ'লৰ থলুৱা কেল্টীয় ভাষাসমূহ আৰু ৰোমান-পৰৱৰ্তী কালৰ ফ্ৰাংক আক্ৰমণকাৰীসকলৰ জাৰ্মানীয় ফ্ৰাংকীয় ভাষাৰ দ্বাৰাও প্ৰভাৱিত হৈছিল। ১৬ শতিকাৰ পৰা ফ্ৰান্স আৰু বেলজিয়ামৰ উপনিৱেশবাদৰ ফলস্বৰূপে এই ভাষা আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ নতুন ভূখণ্ডসমূহলৈ সম্প্ৰসাৰিত হয় আৰু বহুসংখ্যক ফৰাচী-ভিত্তিক ক্ৰিয়ল ভাষাৰ সৃষ্টি হয়, যাৰ ভিতৰত হাইতীয় ক্ৰিয়ল আটাইতকৈ প্ৰধান। ফৰাচী ভাষী ব্যক্তি বা ৰাষ্ট্ৰক ইংৰাজী আৰু ফৰাচী দুয়োটা ভাষাতে ফ্ৰঁক'ফ'ন বুলি অভিহিত কৰিব পাৰি।

লিখন ব্যৱস্থা

[সম্পাদনা কৰক]

বৰ্ণমালা

[সম্পাদনা কৰক]

ফৰাচী ভাষা লেটিন লিপিৰ ২৬টা আখৰেৰে লিখা হয়, স্বৰবৰ্ণত চাৰিটা ডায়েক্ৰিটিক দেখা যায় (circumflex accent, acute accent, grave accent, diaeresis) আৰু cedilla "ç" ব্যৱহাৰ কৰা হয়।

দুটা লিগাচাৰ আছে, "œ" আৰু "æ", কিন্তু সমসাময়িক ফৰাচী ভাষাত ইয়াৰ ঠাইত "oe" আৰু "ae" ব্যৱহাৰ কৰা হয়, কাৰণ ফৰাচী ভাষী দেশসমূহত ব্যৱহৃত AZERTY কিবৰ্ড বিন্যাসত লিগাচাৰসমূহ দেখা নাযায়। অৱশ্যে আনুষ্ঠানিক আৰু সাহিত্যিক গ্ৰন্থত এইটো অমান্য।

ফৰাচী ভাষাৰ বিভিন্নতা

[সম্পাদনা কৰক]
  • আফ্ৰিকান ফৰাচী
    • উত্তৰ আফ্ৰিকান ফৰাচী
  • আওষ্টান ফৰাচী
  • বেলজিয়াম ফৰাচী
  • কম্বোডিয়ান ফৰাচী
  • কানাডাৰ ফৰাচী
    • একাডিয়ান ফৰাচী
    • নিউফাউণ্ডলেণ্ড ফৰাচী
    • নিউ ইংলেণ্ড ফৰাচী
    • অন্টাৰিঅ' ফৰাচী
    • ক্যুবেক ফৰাচী
  • ফ্ৰান্সৰ ফৰাচী
    • গিয়ানিজ ফৰাচী
    • মেৰিডিয়ান ফৰাচী
  • হাইটি ফৰাচী
  • ভাৰতীয় ফৰাচী
  • জাৰ্চি আইনী ফৰাচী
  • লাও ফৰাচী
  • লুইজিয়ানা ফৰাচী
    • কেজুন ফৰাচী
  • মিছৌৰী ফৰাচী
  • দক্ষিণ-পূব এছিয়ান ফৰাচী
  • চুইছ ফৰাচী
  • ভিয়েটনামী ফৰাচী
  • পশ্চিম ভাৰতীয় ফৰাচী

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "e27" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  2. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin; Bank, Sebastian (2022-05-24). "Glottolog 4.8 - Shifted Western Romance". Max Planck Institute for Evolutionary AnthropologyGlottolog. https://glottolog.org/resource/languoid/id/shif1234 আহৰণ কৰা হৈছে: 2023-11-11.
  3. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin; Bank, Sebastian (2022-05-24). "Glottolog 4.8 - Oil". Max Planck Institute for Evolutionary AnthropologyGlottolog. https://glottolog.org/resource/languoid/id/oila1234 আহৰণ কৰা হৈছে: 2023-11-11.
  4. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "French". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/stan1290.
  1. বিন্দুসমূহ: মাতৃভাষা হিচাপে প্ৰচলিত চহৰসমূহ, যিবোৰ সাধাৰণতে সংখ্যালঘু।
উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্‌ পোৱা নগ'ল