সমললৈ যাওক

বাৰ্তা:ফৰাচী ভাষা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 1 বছৰৰ পূৰ্বে by Pranamikaadhikary in topic সীমিত তথ্য

সীমিত তথ্য

[সম্পাদনা কৰক]

সম্পাদক মহাশয়, এটা কথা লক্ষ্য কৰিব যাতে অসমীয়া ৱিকিপিডিয়াত বিষয়বস্তুৰ তথ্য বিচাৰি অনুসন্ধানকাৰী নিৰাশ হ’বলগীয়া নহয়। ইংৰাজী পৃষ্ঠাটোত ফৰাচী ভাষা সম্পৰ্কে অলেখ তথ্য মজুত আছে। আশাকৰোঁ, অসমীয়া ৱিকিপিডিয়াৰ প্ৰকৃত সেৱক হিচাপে আপুনি অনুবাদ কৰা পৃষ্ঠাত যথেষ্ট তথ্য সন্নিৱিষ্ট কৰিবলৈ যত্নপৰ হ’ব। Pranamikaadhikary (বাৰ্তা) 18:24, 9 December 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক