৪ মে'
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২২ |
৪ মে' (ইংৰাজী: 4 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২২তম (অধিবৰ্ষত ১২৩তম) দিন। বছৰ শেষ হ'বলৈ ২৪৩ দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৮৫৪ চনৰ আজিৰ দিনটোতে আনুষ্ঠানিকভাৱে প্ৰকাশ হয় প্ৰথমটো ভাৰতীয় ডাক টিকট।
- ১৯৪২ চনৰ আজিৰ দিনটোতে ‘‘এন্দ্ৰিউ গৌড়লে' ক্ল'’’ই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৪৭ চনৰ ৪মে’লৈকে তেওঁ কাৰ্যভাৰ কাৰ্য সম্পাদন কৰে।
- ১৯৭৯ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনৰ প্ৰথমগৰাকী মহিলা প্ৰধান মন্ত্ৰী মাৰ্গাৰেট থেচ্চাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
- ১৯৮৯ চনৰ আজিৰ দিনটোতে নাছাৰ দ্বাৰা শুক্ৰ গ্ৰহ অভিমুখে স্বয়ংচালিত আন্তঃগ্ৰহ যান ‘মেগেলান’ উৎক্ষেপন কৰা হৈছিল।
জন্ম[সম্পাদনা কৰক]
- ১৮২৫ চনৰ এই দিনটোতে ইংৰাজ জীৱবিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখক ‘থমাছ হেনৰি হাক্সলি’য়ে জন্ম গ্ৰহণ কৰিছিল।
- ১৯২৯ চনৰ আদিৰ দিনটোতেই অড্ৰী হেপ্বাৰ্ন (Audrey Hepburn) ৰ জন্ম হয়। এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু সমাজকৰ্মী আছিল।
মৃত্যু[সম্পাদনা কৰক]
- ১৭৯৯ চনত আজিৰ দিনটোত ব্ৰিটিছৰ লগত মহীশূৰৰ ৰাজপুত টিপু চুলতানৰ লগত সংঘৰ্ষ হয়। এই যুদ্ধত টিপু চুলতানৰ মৃত্যু হয়।
- ১৯৯৭ চনৰ ৪ মেত এলেন গিন্সবাৰ্গৰ মৃত্যু হয়। তেখেত আমেৰিকাৰ এজন বিখ্যাত কবি।
দিৱস[সম্পাদনা কৰক]
- আজি বিশ্ব খনি শ্ৰমিক দিৱস।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৪ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|