আন্তঃৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক কৰ্মীসকলৰ দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা


আন্তঃৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক কৰ্মীসকলৰ দিৱস (ইংৰাজী: International Firefighters' Day) প্ৰতি বছৰে ৪ মে' তাৰিখে পালন কৰা হয়। ১৯৯৯ চনৰ পৰা এই দিৱস পালন কৰি অহা হৈছে। সেই বছৰৰ অষ্ট্ৰেলিয়াত বনজুই নিৰ্বাপনৰ জড়িত পাঁচজনকৈ অগ্নিনিৰ্বাপকৰ কৰ্মী দুৰ্ঘটনাতপতিত হৈ অগ্নিদগ্ধ হয়। ৪মে'ত এই দিৱসটি পালন কৰা কাৰণ হৈছে এই দিনটোত চেইণ্ট ফ্লয়াণৰ (Saint Florian) জন্ম হৈছিল। চেইণ্ট ফ্লয়াণ(Saint Florian) হৈছে এগৰাকী ৰোমান অগ্নিনিৰ্বাপক সেনা; যিজনে বহুলোকৰ জীৱন আৰু সা-সম্পত্তি ৰক্ষা কৰিছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]