২২ জুন
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
২০২২ |
২২ জুন (ইংৰাজী: 22 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৩তম (অধিবৰ্ষত ১৭৪তম) দিন। বছৰ শেষ হ'বলৈ ১৯২ দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৮৪৪ - ইয়েল বিশ্ববিদ্যালয়ত ডেল্টা কাপ্পা এপচিলন চছাইটিৰ স্থাপন হয়।
- ১৯০৬ - চুইডেনে নিজৰ পতাকা গ্ৰহণ কৰিছিল।
- ১৯১১ - পঞ্চম জৰ্জক মুকুট পিন্ধোৱা হৈছিল।
- ১৯৪১ - দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীয়ে ছোভিয়েত ৰাছিয়াক আক্ৰমণ কৰিছিল।
জন্ম[সম্পাদনা কৰক]
- ১৮৮০ - নীলমণি ফুকন, অসমীয়া সাহিত্যিক।
- ১৯৩২ - অমৰীশ পুৰী, ভাৰতীয় অভিনেতা আৰু থিয়েটাৰ শিল্পী। (মৃত্যুঃ ১২/০৫/২০০৫)
- ১৯৬৪ - ডেনিয়েল গেৰাৰ্ড "ডেন" ব্ৰাউন, আমেৰিকান ৰহস্য ঔপন্যাসিক।
- ১৯৭৪ - বিজয় (অভিনেতা), প্ৰকৃত নাম জোচেফ বিজয় চন্দ্ৰশেখৰ, এজন ভাৰতীয় তামিল ছবিৰ নায়ক।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৩৬ - মৰিছ্ শ্লিক, জাৰ্মান দাৰ্শনিক আৰু পদাৰ্থবিজ্ঞানী। (জ. ১৮৮২)
ছুটি আৰু অন্যান্য[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২২ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|