৩ জুলাই
Jump to navigation
Jump to search
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২১ |
৩ জুলাই (ইংৰাজী: 3 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৪তম (অধিবৰ্ষত ১৮৫তম) দিন। বছৰ শেষ হ'বলৈ ১৮১ দিন বাকী থাকে।
ঘটনাপঞ্জী[সম্পাদনা কৰক]
- ১৮৯০ - আইদাহ'ক ৪৩তম কমনৱেলথ ৰাষ্ট্ৰ হিচাপে অনুমোদন।
জন্ম[সম্পাদনা কৰক]
- ১৯১১ - এলেন ব্ৰাউন, অষ্ট্ৰেলিয়াৰ জনসেৱক
- ১৯৬২ - টম ক্ৰুইজ, আমেৰিকান অভিনেতা আৰু প্ৰযোজক
- ১৯৫২ – অমিত কুমাৰ, ভাৰতীয় অভিনেতা, গায়ক আৰু চলচ্চিত্ৰ পৰিচালক।
- ১৯৭১ - জেমি গ্ৰ'ভ, ইংলেণ্ডৰ ক্ৰিকেটাৰ
- ১৯৮২ - হৰভজন সিং, ভাৰতীয় ক্ৰিকেটাৰ।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৯৬ – ৰাজ কুমাৰ, পাক-ভাৰতীয় অভিনেতা (জন্ম: ১৯২৬)।
দিৱস[সম্পাদনা কৰক]
- ৱমেনছ দে (মহিলা দিৱস) - ম্যানমাৰ
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৩ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|