২৬ জুন
Jump to navigation
Jump to search
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | |||
২০২১ |
২৬ জুন (ইংৰাজী: 26 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৭তম (অধিবৰ্ষত ১৭৮তম) দিন। বছৰ শেষ হ'বলৈ ১৮৮ দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৯৪৯ চনৰ আজিৰ দিনটোতে অসমীয়া দৈনিক বাতৰি কাকত 'নতুন অসমীয়া' প্ৰকাশ হৈছিল।
- ভাৰতৰ বিখ্যাত সংগীত কোম্পানী এইচ এম ভিৰ হৈ দীপালী বৰঠাকুৰৰ 'সোণৰ খাৰু নালাগে মোক' গীতটিৰ বাণীবন্ধন হয় ১৯৬২ চনৰ আজিৰ দিনটোতে।
- ২০১১ চনৰ আজিৰ দিনটোতে ডাইনী সন্দেহত মোনাবাৰী চাহ বাগিচাত কিশোৰী সহ ৪ জনক হত্যা কৰা হয় আৰু লক্ষীমপুৰটো ডাইনী সন্দেহত এগৰাকী বৃদ্ধাক হত্যা কৰা হয়।
- অসমত পৰিবেশ বিশ্ববিদ্যালয় লাগে বুলি ৰাজ্যৰ সকলো প্ৰান্তত ধৰ্না কাৰ্যসূচী পালন কৰে ৰাজ্যৰ ছাত্ৰ সংগঠন সমূহে ২০১১ চনৰ আজিৰ দিনটোতে।
- আজি নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱাৰ মৃত্যু তিথি (২০০১ বৰ্ষ)।
- পেৰিছত হেলিকপ্তাৰৰ প্ৰথম সফল মুক্ত উৰণ সম্পন্ন হৈছিল ১৯৩৫ বৰ্ষৰ আজিৰ দিনটোতে।
দিৱসসমূহ[সম্পাদনা কৰক]
- আজি ঔষধ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস।[উদ্ধৃতিৰ প্ৰয়োজন]