১ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা

১ মে' (1 May) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১২১তম (অধিবৰ্ষত ১২২ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৪ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী[সম্পাদনা কৰক]

জন্ম[সম্পাদনা কৰক]

  1. ১৮৮১ – পিয়েৰে টেইহাৰ্ড দ্য চাৰ্ডিন, (Pierre Teilhard de Chardin) ফৰাছী দাৰ্শনিক আৰু জীবাশ্মবিদ (মৃ. ১৯৫৫)
  2. ১৯১৯ – মান্না দে, ভাৰতীয় সঙ্গীতশিল্পী
  3. ১৯২৩ – জোছেফ হেলাৰ, মাৰ্কিন ঔপন্যাসিক (মৃ. ১৯৯৯)
  4. ১৯৫১ – গৰ্ডন গ্ৰীনিজ, ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ বেটচমেন
  5. ১৯৬৮ – অলিভাৰ বিয়েৰহফ, জাৰ্মান ফুটবল খেলুৱৈ

মৃত্যু[সম্পাদনা কৰক]

  1. ১৯৪৫ – জোছেফ গোয়েবলচ, নাৎসি প্ৰচাৰমন্ত্ৰী (জ. ১৮৯৭)
  2. ১৯৯৩ - পিয়েৰ‌ বেৰেগোভোয়া, ফৰাসি প্ৰধানমন্ত্ৰী (জ. ১৯২৫)

দিৱস[সম্পাদনা কৰক]

(১) আজি বিশ্ব শ্ৰমিক দিৱস

বাহ্যিক সংযোগ[সম্পাদনা কৰক]