১ মে'
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২২ |
১ মে' (ইংৰাজী: 1 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২১তম (অধিবৰ্ষত ১২২তম) দিন। বছৰ শেষ হ'বলৈ ২৪৪ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৰাজী[সম্পাদনা কৰক]
- ১৭৫১ – আমেৰিকাত প্ৰথম ক্ৰিকেট খেলা অনুষ্ঠিত হয়।
- ১৯৪০ – দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণে ১৯৪০ গ্ৰীষ্মকালীন অলিম্পিক বন্ধ হয়।
- ১৯৪৮ – গণতান্ত্ৰিক কোৰিয়া প্ৰজাতন্ত্ৰ (উত্তৰ কোৰিয়া) প্ৰতিষ্ঠিত হয়।
- ১৯৬০ – পশ্চিম ভাৰতৰ নতুন দুখন প্ৰদেশ হিচাপে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ জন্ম হয়।
জন্ম[সম্পাদনা কৰক]
- ১৮৮১ – পিয়েৰে টেইহাৰ্ড দ্য চাৰ্ডিন, ফৰাচী দাৰ্শনিক আৰু জীবাশ্মবিদ (মৃ. ১৯৫৫)
- ১৯১৯ – মান্না দে, ভাৰতীয় সঙ্গীতশিল্পী।
- ১৯১৩ - বলৰাজ চাহানী, হিন্দী চলচ্চিত্ৰৰ অভিনেতা। (মৃত্যু: ১৩ এপ্ৰিল, ১৯৭৩)
- ১৯২৩ – জোছেফ হেলাৰ, আমেৰিকান ঔপন্যাসিক (মৃ. ১৯৯৯)
- ১৯৫১ – গৰ্ডন গ্ৰীনিজ, ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ বেটচমেন।
- ১৯৬৮ - বাবুল ফুকন, অসমৰ এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল। দীৰ্ঘদিন ধৰি যকৃৎ আৰু বৃক্কৰ ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত ২০১৩ চনৰ ১৪ ডিচেম্বৰ তাৰিখে তেওঁ মৃত্যুবৰণ কৰে।
- ১৯৬৮ – অলিভাৰ বিয়েৰহফ, জাৰ্মান ফুটবল খেলুৱৈ।
- ১৯৮৮ - অনুষ্কা শৰ্মা, হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী।
- ১৯৯৫ - ৰাধিকা মাদান, হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৪৫ – জোছেফ গোয়েবলচ, নাৎসি জাৰ্মানৰ প্ৰচাৰমন্ত্ৰী (জ. ১৮৯৭)
- ১৯৯৩ - পিয়েৰ বেৰেগোভোয়া, ফৰাচী প্ৰধানমন্ত্ৰী (জ. ১৯২৫)
দিৱস[সম্পাদনা কৰক]
- বিশ্ব শ্ৰমিক দিৱস / মে' দিৱস।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১ মে’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউ য়ৰ্ক টাইমচ: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|