৪ অক্টোবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

৪ অক্টোবৰ (ইংৰাজী: 4 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৭তম (অধিবৰ্ষত ২৭৮তম) দিন। বছৰ শেষ হ'বলৈ ৮৮ দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৩০২ - বাইজেণ্টাইন-ভেনিছিয়ান যুদ্ধৰ সমাপ্তি ঘটে।
  • ১৫৮২ - গ্ৰেগৰিয়ান বৰ্ষপঞ্জী পোপ ত্ৰয়োদশ গ্ৰেগৰিৰ দ্বাৰা প্ৰৱৰ্তন কৰা হয়।
  • ১৮২৪ - মেক্সিকো গণৰাজ্যত পৰিণত হয়।
  • ১৯১৭ - প্ৰথম বিশ্বযুদ্ধ: ফ্লেণ্ডাৰ্ছত ব্ৰিটিছ আৰু জাৰ্মান সৈন্যৰ মাজত ব্ৰুডছেইণ্ডৰ যুদ্ধ সংঘটিত হয়।
  • ১৯১৮ - প্ৰথম বিশ্বযুদ্ধ: এটা বিস্ফোৰণত ১০০ ৰো অধিক লোকনিহত হয় আৰু নিউ জাৰ্চীৰ এটা শ্বেল লোডিং প্ৰকল্প ধ্বংস হয়।
  • ১৯৫৭ - স্পুটনিক ১, পৃথিৱীক প্ৰদক্ষিণ কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটো ছোভিয়েট ৰাছিয়াই উৎক্ষেপণ কৰে।
  • ২০০৬ - জুলিয়ান এচাংছে ৱিকিলিকছ প্ৰতিষ্ঠা কৰে।

জন্ম[সম্পাদনা কৰক]

  • ১২৮৯ - লুই দশম, ফ্ৰান্সৰ ৰজা। (মৃঃ ১৩১৬)
  • ১৬৩৩ - বাৰ্নাৰ্ডিনো ৰামাজিনি, এজন ইটালীৰ চিকিৎসক আছিল। ফ্ৰান্সেস্ক' টৰ্টিৰ সৈতে ৰামাজিনিয়ে মেলেৰিয়াৰ চিকিৎসাত চিনকোনা বাকলি (যাৰ পৰা কুইনাইন আহৰণ কৰা হয়) ব্যৱহাৰৰ প্ৰাৰম্ভিক ব্য়ক্তি আছিল। (জন্ম: ৫ নৱেম্বৰ, ১৭১৪)
  • ১৮৮৪ - ৰাম চন্দ্ৰ শুক্লা, যাক আচাৰ্য শুক্লা বুলি জনা যায়, হিন্দী সাহিত্যৰ এজন ভাৰতীয় ইতিহাসবিদ আছিল।
  • ১৯৯৭ - ঋষভ পন্ট, ভাৰত, দিল্লী ৰাজ্য় আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত দিল্লী কেপিটেলছৰ হৈ মিডল অৰ্ডাৰ উইকেট-কিপাৰ বেটছমেন হিচাপে খেলা ভাৰতীয় ক্ৰিকেটাৰ।

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৪৭ - মেক্স প্লেংক, নোবেল বিজয়ী জাৰ্মান পদাৰ্থবিজ্ঞানী। (জন্ম: ২৩ এপ্ৰিল, ১৮৫৮)
  • ২০০০ - মাইকেল স্মিথ, এজন ব্ৰিটিছ বংশোদ্ভৱ কানাডিয়ান জৈৱ ৰসায়নবিদ আৰু ব্যৱসায়ী আছিল। তেওঁ ১৯৯৩ চনত ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছিল।(জন্ম: এপ্ৰিল ২৬, ১৯৩২)

ছুটী আৰু উদযাপন দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

তথ্য় সূত্ৰ[সম্পাদনা কৰক]