১২ মাৰ্চ (ইংৰাজী: 12 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৪টা দিন (অধিবৰ্ষত ২৯৫ দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
- ১৯১৩ - যশৱন্তৰাও চাৱন, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯২২ - জেক কেৰুৱাক, আমেৰিকাৰ বিট আন্দোলনৰ কবি আৰু উপন্যাসিক।
- ১৯৫৮ - অৰ্পণা কোঁৱৰ, অসমীয়া লেখিকা, ভাষা গৱেষক, অধ্যাপক।
- ১৯৬৩ - এ শ্ৰীকৰ প্ৰসাদ, ভাৰতীয় চলচ্চিত্ৰ সম্পাদক।
- ১৯৬৩ - টনি জোছেফ, ভাৰতীয় সাংবাদিক আৰু লেখক।
- ১৯৬৮ - নীৰজ কাবি, ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেতা।
- ১৯৬৯ - ফাল্গুনী পাঠক, ভাৰতীয় গায়িকা।
- ১৯৮৩ - আতিফ আচলম, পাকিস্তানী পপ গায়ক আৰু চলচ্চিত্ৰ অভিনেতা।
- ১৯৮৪ - শ্ৰেয়া ঘোষাল, ভাৰতীয় নেপথ্য গায়িকা।
- ১৯১৪ - জৰ্জ ৱেষ্টিংহাউছ, আমেৰিকান উদ্যোগী আৰু অভিযন্তা।
- ২০১৫ - আদা জাফ্ৰি, পাকিস্তানী কবি আৰু লেখক।