নীৰজ কাবি

অসমীয়া ৱিকিপিডিয়াৰ পৰা


নীৰজ কাবি

Actor Neeraj Kabi in 2015
জন্ম ১২ মাৰ্চ ১৯৬৮
জামছেদপুৰ, বিহাৰ, (বৰ্তমান ঝাৰখণ্ড), India
ৰাষ্ট্ৰীয়তা ভাৰত
পেচা চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেতা
থিয়েটাৰ পৰিচালক
সক্ৰিয় হৈ থকা সময় ১৯৯৬–বৰ্তমান
বঁটা, সন্মান, পুৰস্কাৰ আদি শ্ৰেষ্ঠ অভিনেতা, চতুৰ্থ চাখালিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ৰাছিয়া


নীৰজ কাবি এজন ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেতা, পৰিচালক আৰু প্ৰশিক্ষক। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ, হিন্দী চলচ্চিত্ৰ, থিয়েটাৰ আৰু টেলিভিশ্যনৰ কামৰ বাবে তেওঁক জনা যায়।[1][2] এক সুকীয়া অভিনয়শৈলী তেওঁৰ অভিনয়ত দেখিবলৈ পোৱা যায়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]