নীৰজ কাবি
অৱয়ব
নীৰজ কাবি | |
---|---|
Actor Neeraj Kabi in 2015 | |
জন্ম | ১২ মাৰ্চ ১৯৬৮ জামছেদপুৰ, বিহাৰ, (বৰ্তমান ঝাৰখণ্ড), India |
ৰাষ্ট্ৰীয়তা | ভাৰত |
পেচা | চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেতা থিয়েটাৰ পৰিচালক |
সক্ৰিয় হৈ থকা সময় | ১৯৯৬–বৰ্তমান |
বঁটা, সন্মান, পুৰস্কাৰ আদি | শ্ৰেষ্ঠ অভিনেতা, চতুৰ্থ চাখালিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ৰাছিয়া |
নীৰজ কাবি এজন ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেতা, পৰিচালক আৰু প্ৰশিক্ষক। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ, হিন্দী চলচ্চিত্ৰ, থিয়েটাৰ আৰু টেলিভিশ্যনৰ কামৰ বাবে তেওঁক জনা যায়।[1][2] এক সুকীয়া অভিনয়শৈলী তেওঁৰ অভিনয়ত দেখিবলৈ পোৱা যায়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Neeraj Kabi". IMDb. https://www.imdb.com/name/nm4173131/.
- ↑ "I am hungry for good work: 'Talvar' actor Neeraj Kabi". The Indian Express. 6 September 2015. http://indianexpress.com/article/entertainment/bollywood/i-am-hungry-for-good-work/.