সমললৈ যাওক

১০ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

১০ জানুৱাৰী (ইংৰাজী: 10 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১০ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৫টা দিন (অধিবৰ্ষত ৩৫৬টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী

[সম্পাদনা কৰক]
  • ১৮৬৩ - লণ্ডন মহানগৰীত বিশ্বৰ প্ৰথম পাতাল ৰেল সেৱাৰ আৰম্ভণি।
  • ১৮৯৪ - ৰঙিয়া তহচিলৰ কৃষকসকলে ব্ৰিটিছৰ বৰ্দ্ধিত ভূমিকৰৰ বিৰুদ্ধে ৰঙিয়া ৰাইজমেল অনুষ্ঠিত হৈছিল।
  • ১৯৪৬ - ৰাষ্ট্ৰসংঘৰ প্ৰথম সাধাৰণ অধিৱেশনৰ আৰম্ভ হৈছিল।
  • ২০০৮ - দিল্লীৰ অটো এক্সপ'ত বিশ্বৰ ভিতৰত সবাতোতকৈ সূলভ মূল্যৰ গাড়ী টাটা কোম্পানীৰ এক লাখ টকীয়া টাটা নেন' গাড়ীৰ প্ৰথম প্ৰদৰ্শন।
  • ২০২৫ইৰানত ভয়ংকৰ বানপানীত ৮০ গৰাকী লোক নিহত হয়।[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  1. "Iran floods leave dozens dead" (en ভাষাত). Al Jazeera. https://www.aljazeera.com/news/2025/1/10/iran-floods-leave-dozens-dead। আহৰণ কৰা হৈছে: 28 April 2025. [সংযোগবিহীন উৎস]