১৪ ডিচেম্বৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
১৪ ডিচেম্বৰ (ইংৰাজী: 14 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪৮ তম (অধিবৰ্ষত ৩৪৯ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
- ২০০৬ চনৰ আজিৰ দিনটোত বেন কী মুন ৰাষ্ট্ৰসংঘৰ সচিব ৰূপে নিৰ্বাচিত হয়৷[1]
জন্ম[সম্পাদনা কৰক]
- ১৯২৪ চনৰ আজিৰ দিনটোত অভিনেতা ৰাজ কাপুৰৰ জন্ম হৈছিল৷[1]
- ১৯৮৬ চনৰ আজিৰ দিনটোত অভিনেতা উৎপল দাসৰ জন্ম হৈছিল।
- ২০০৬ চনৰ আজিৰ দিনটোত চলচিত্ৰ পৰিচালক শ্যাম বেনেগালৰ জন্ম হৈছিল৷[1]
মৃত্যু[সম্পাদনা কৰক]
দিৱস[সম্পাদনা কৰক]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৪ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|