দিৱ্যঙ্কা ত্ৰিপাঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


দিৱ্যঙ্কা ত্ৰিপাঠী
জন্ম ১৪ ডিচেম্বৰ, ১৯৮৪ (৩৯ বছৰ)
ভূপাল, মধ্য প্ৰদেশ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম ৱিদ্যা , ইশিতা
পেচা অভিনয়
সক্ৰিয় হৈ থকা সময় ২০০৩–বৰ্তমানলৈ
দাম্পত্যসঙ্গী ৱিৱেক দাহিয়া 2016 (বি. ২০২৪)

দিৱ্যঙ্কা ত্ৰিপাঠী জন্ম হয় ১৯৮৪ চনৰ ১৪ ডিচেম্বৰত।[1] তেওঁ এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী দূৰদৰ্শন উদ্যোগত কাম কৰে।[2][3] তেখেতে জীটিভিৰ বনু মে তেৰি দুলহনত দৈত্বচৰিত্ৰত অভিনয় কৰি চৰ্চালৈ আহে। তেওঁক বৰ্তমান ষ্টাৰ প্লাছয়ে হে মহাব্বতে নামৰ নামৰ ধাৰাবাহিকখনত ড॰ ঈশিতা ভাল্লা নামৰ চৰিত্ৰটোৰ বাবে জনা যায়। তেখেতে ২০১৭ চনত নৃত্য প্ৰতিযোগীতা নাচ বালিয়া জিকিবলৈ সক্ষম হৈছিল।[4]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]