সমললৈ যাওক

উৎপল দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উৎপল দাস
জন্ম ১৪ ডিচেম্বৰ, ১৯৮৬ (৩৯ বছৰ)
গুৱাহাটী, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা অভিনেতা

উৎপল দাস (ইংৰাজী: Utpal Das) অসমীয়া চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা৷[1] তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, চুটি ছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছে।

অভিনীত অসমীয়া চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বৰ্ষচলচ্চিত্ৰচৰিত্ৰপৰিচালকটোকা
২০০৮ধন কুবেৰৰ ধনধীৰাজ কাশ্যপ
২০১১ৰামধেনু[2]মুনিন বৰুৱা
২০১১জানমনিৰাজেশ ভূঞা
২০১২ৰ’দ্গৌতম বৰুৱা
২০১২বৰলাৰ ঘৰমধুকৃষ্ণমানি চি. কাপেনদ্বিভাষিক চলচ্চিত্ৰ (অসমীয়া-বাংলা )
২০১৩দুৰ্জনমৌপ্ৰাণ শৰ্মা
২০১৬দূৰদৰ্শন...এটি যন্ত্ৰৰাজেশ ভূঞা
২০১৭কোঁৱৰপুৰৰ কোঁৱৰৰাজেশ ভূঞা
২০১৮দ্য আণ্ডাৰৱ'ৰ্ল্ডৰাজেশ যশপাল

অভিনীত অসমীয়া ভিচিডি

[সম্পাদনা কৰক]

টিভি ধাৰাবাহিক

[সম্পাদনা কৰক]

চলচ্চিত্ৰ আৰু ভিচিডিত অভিনয় কৰাৰ বাদেও তেখেতে টিভি ধাৰাবাহিকতো অভিনয় কৰি আহিছে, তাৰে মাজৰ জনপ্ৰিয় ছিৰিয়েল দুখনমান হ’ল:-

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Utpal Das". http://cinemaroll.com/action/utpal-das-the-amazing-assamese-actor/ আহৰণ কৰা হৈছে: February 07, 2013.
  2. "Utpal Das Filmography". http://www.imdb.com/name/nm4974278/ আহৰণ কৰা হৈছে: February 07, 2013.